DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শতাধিক যুৱতী-মহিলাৰ অংশগ্ৰহণেৰে শিৱসাগৰত সৌন্দৰ্য্য চৰ্চাৰ কৰ্মশালা অনুষ্ঠিত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 20, 2019 4:46 pm
শতাধিক যুৱতী-মহিলাৰ অংশগ্ৰহণেৰে শিৱসাগৰত সৌন্দৰ্য্য চৰ্চাৰ কৰ্মশালা অনুষ্ঠিত
318
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ঐক্য সেনা অসম আৰু নৱ উদিত সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এক দহ দিনীয়া সৌন্দৰ্য্য চৰ্চাৰ কৰ্মশালাৰ শুকুৰবাৰে সফল সমাপ্তি হয়। ঐক্য সেনা অসমৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই দহ দিনীয়া কৰ্মশালাত প্ৰায় শতাধিক যুৱতী তথা মহিলাই অংশগ্ৰহণ কৰে।

শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সৌন্দৰ্য চৰ্চাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষণত অংশগ্ৰহণ ৯০ গৰাকী কৰা যুৱতী তথা মহিলাক মানপত্ৰ বিতৰণ কৰা হয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা উপায়ুক্ত এছ লক্ষ্মণন, লেখিকা তথা সমাজসেৱীকা দিপালী ভট্টাচাৰ্য, সৌন্দৰ্য বিশেষজ্ঞ জ্যোতি দত্ত, ঐক্য সেনা অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাকে ধৰি বহু গণ্য মান্য ব্যক্তি।

উল্লেখযোগ্য যে শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন নৱ উদিত সমাজে জিলাখনত বৰ্তমানলৈকে ৬৮ খন বাল্য বিবাহ ৰোধ কৰাৰ লগতে ৩৮৩৫ গৰাকী মহিলাক আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিছে। বহু যুৱক-যুৱতীক ড্ৰাগচ সেৱনৰ পৰা মুক্ত কৰাৰ লগতে শিশু-শ্ৰমিক ৰোধৰ বাবেও কাম কৰি আহিছে নৱ উদিত সমাজে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd