• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেগিং কৰি এবছৰলৈ নিলম্বিত হ’ল মেডিকেল কলেজৰ ১০ ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2023 7:12 pm
679
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ কলেজ আৰু বিশ্ববিদ্যালয়ত ৰেগিঙৰ সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন স্থানত ৰেগিঙৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মৃত্যুকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছে। 

শেহতীয়াকৈ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত ৰেগিঙৰ বাবে এজন ছাত্ৰৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই ৰাজ্যখনৰ ৰাজনীতিত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। 

ইয়াৰ মাজতে তেলেংগানাৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা এক ৰেগিঙ কাণ্ডই দক্ষিণ ভাৰতত তোলপাৰ লগাইছে। এই ৰেগিং কাণ্ডৰ বাবে মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই ১০ গৰাকী ছাত্ৰক ১ বছৰৰ বাবে মহাবিদ্যালয়খনৰ পৰা নিলম্বন কৰিছে।

এই সম্পৰ্কে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰমেশ ৰেড্ডীয়ে কয় যে আমাৰ কলেজত আমি কোনো ধৰণৰ ৰেগিং সহ্য নকৰো।

কলেজৰ সূত্ৰৰ মতে, কিছুদিন পূৰ্বে ছিকেণ্ডৰাবাদৰ গান্ধী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ এমবিবিএছৰ ছাত্ৰ-ছাত্ৰীয়ে জুনিয়ৰক ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। 

ৰেগিঙৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকলে পোনপটীয়াকৈ ইউজিচিৰ এণ্টি বেগিং চেলত অভিযোগ দাখিল কৰে। সেই অভিযোগ লাভ কৰাৰ পিছত ইউজিচিৰ এণ্টি ৰেগিং চেলে তেলেংগানাৰ গান্ধী মেডিকেল কলেজৰ কৰ্তৃপক্ষক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পিছত কলেজ কৰ্তৃপক্ষই জুনিয়ৰক ৰেগিং কৰাৰ অভিযোগত ১০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰক নিলম্বন কৰে।

সোমবাৰে গান্ধী মেডিকেল কলেজে ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক নিলম্বন কৰাৰ এই সিদ্ধান্ত গ্ৰহণ কৰে। লগতে এবছৰৰ বাবে হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে ছাত্ৰকেইজনক।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd