• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত নতুনকৈ ১০ গৰাকী ক’ৰ’না পজিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ১৫৮ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 23, 2020 9:47 pm

1 min read

Coronavirus-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

232
VIEWS
Share on FacebookShare on Twitter

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত পুনৰ দহ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ১০ গৰাকী লোকৰ সৈতে অৰুণাচল প্ৰদেশত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৫৮ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনত এতিয়ালৈ ৩৮ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমান অৰুণাচলৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১২০ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

আজি ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক দহ গৰাকীৰ ভিতৰত ৯ গৰাকীয়ে হৈছে ৰাজধানী ইটানগৰৰ আৰু এগৰাকী টাৱাঙৰ।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ বিষয়া এগৰাকীয়ে জনোৱা অনুসৰি ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোক বহিঃৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ ঘুৰি অহা লোক।

উত্তৰ প্ৰদেশ, পশ্চিমবংগ, জম্মু-কাশ্মীৰ, বিহাৰ, মহাৰাষ্ট্ৰ, অসম আৰু মণিপুৰৰ পৰা এইসকল লোক অৰুণাচল প্ৰদেশলৈ উভতি গৈছিল।

আটাইকেইগৰাকী ক’ৰ’না আক্ৰান্তকে বৰ্তমান আইচ’লেশ্যন ৱাৰ্ডত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Recent News

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd