• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংৰাজীত ছপোৱা পুঠি নপঢায় শিক্ষকে! শিক্ষা বিভাগক দহ শিক্ষক সংগঠনৰ ভাবুকি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2023 6:26 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্তৰ বাবেই এতিয়া সংকটৰ সন্মুখীন হৈছে ৰাজ্য শিক্ষাৰ্থীৰ লগতে শিক্ষক সমাজ। শিক্ষা বিভাগৰ হঠকাৰী কৰ্মৰ বাবে এতিয়া শিক্ষাৰ্থীক শিক্ষা দান কৰিবলৈ গৈ বিবুধিত পৰিছে শিক্ষকসকল।

উল্লেখ্য যে নতুন ৰাষ্ট্ৰী শিক্ষা নীতিক দোহাৰি দি ৰাজ্যৰ শিক্ষা বিভাগে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুঠি ইংৰাজী ভাষাত ছপা কৰিছিল। শিক্ষা বিভাগে ইংৰাজীত পাঠ্যপুঠি ছপা কৰি বছৰ বছৰ ধৰি মাতৃভাষা অসমীয়াত শিক্ষা দান কৰি অহা শিক্ষকসকলক ইংৰাজী পাঠ দানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও তেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইয়াৰ ফলতে নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাত এতিয়া শিক্ষক আৰু শিক্ষাৰ্থীসকল উভয়ে সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল ইয়াৰ ফলত দুৰ্ভোগ ভুগিবলৈ ধৰিছে। এনে অঞ্চলসমূহৰ বিদ্যালয়ত শিক্ষকেও সঠিকভাৱে পাঠদান কৰিবলৈ সক্ষম নোহোৱাৰ লগতে অভিভাৱকেও সন্তানক ঘৰত পাৰ্যমানে সহায় কৰিব পৰা নাই। এনে বিপৰ্যয়ৰ বাবে এতিয়া শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলো দুচিন্তাত পৰিছে।

Apply Now

ৰাজ্যজুৰি এনে সমস্যাৰে মোকাবিলা কৰিব নোৱাৰি এতিয়া ৰাজ্যখনৰ ১০ টাকৈ শিক্ষক সংগঠনে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈ পৰিছে।  

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, সদৌ অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থা, সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজ, অসম ষ্টেটপুল শিক্ষক সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা আৰু অসম হাইস্কুল শিক্ষক সন্থাৰ উমৈহতীয়া সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই শিক্ষা মন্ত্ৰীলৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

তেওঁলোকে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক সুৰক্ষিত কৰি ৰাখিবলৈ তথা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি ইংৰাজী ভাষাত ছপা কৰা গণিত-বিজ্ঞানৰ পাঠ্যপুথিসমূহ ওভতাই নিবলৈ দাবী জনাইছে। লগতে তাৎক্ষণিকভাৱে পাঠ্যপুঠিসমূহ মাতৃভাষাত ছপা কৰিবলৈও দাবী উত্থাপন কৰিছে সংগঠনকেইটাই।

উল্লেখ্য, ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ছপাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সাধাৰণ ৰাইজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিলেও কিন্তু ৰাজ্যখনৰ দুটাকৈ মূল ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দায়সৰা মন্তব্য প্ৰদান কৰি ৰহস্যজনকভাৱে বিষয়টোকলৈ মৌন হৈ আছে। জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰো একেই অৱস্থান।

আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু ছাত্ৰ স্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিষয়টো সন্দৰ্ভত গ্রহণ কৰা সোপাডিলা ভূমিকাত শিক্ষক-অভিভাৱকসকলৰ মাজত অসন্তুষ্টিৰো সৃষ্টি হৈছে।

ইয়াৰ বিপৰীতে নিখিল বড়ো ছাত্ৰ সস্থা (এবছু) আৰু বড়ো সাহিত্য সভাই বিষয়টো সবল ৰূপত উত্থাপন কৰিছে। সংগঠন দুটাই শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰি চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd