• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বহলপুৰত দহ বিধ উন্নত জাতৰ ধানৰ কঠিয়া ৰোপণেৰে কৃষকক উপকৃত কৰাৰ প্ৰয়াস

তিলক প্ৰসাদ by তিলক প্ৰসাদ
July 26, 2021 8:20 pm
bak
235
VIEWS
Share on FacebookShare on Twitter

ক্ৰপ কেফেটেৰিয়া তথা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ আঁচনিৰ যোগেদি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা কৃষি বিভাগৰ প্ৰচেষ্টাত সোমবাৰে চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ  গাওঁ পঞ্চায়ত এলেকাৰ যোগীপাৰা (নাথপাৰা)১ ম খণ্ডত কৃষক হৰিশ চন্দ্ৰ নাথ ‘ ৰ প্ৰায় ডেৰ বিঘা কৃষি ভূমিত (নিৰ্বাচিত কৰি) পৰীক্ষা মূলক ভাবে দহ বিধ ধানৰ কঠীয়া ৰোপন কৰা হয়।

অনুষ্ঠান ২৭ নং বি বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক চামসুল হুদাই  শুভ উদ্বোধন কৰে।

কৃষি বিভাগৰ বিভিন্ন বিষযা  , কৰ্মচাৰী আৰু একাংশ কৃষক ৰাইজৰ অংশগ্ৰহণত প্ৰখৰ ৰদক নেওচি ভূই ৰোৱা তথা এই কঠিয়া ৰোপণ কাৰ্যসূচী সম্পাদন কৰা হয়।

বিলাসীপাৰা মহকুমা কৃষি কাৰ্যালয়ৰ অধীনত ”    “ধানৰ জাতৰ সমাহাৰ ” আঁচনিৰ কঠিয়া ৰোপন কাৰ্যসূচীত মহকুমা জ্যেষ্ঠ কৃষি বিষযা  ৱাজেদ আলী , কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ বিভাগৰ (বিলাসীপাৰা ) ডেপুটী  প্ৰজেক্ট ডাইৰেক্টৰ মাফিদুল ইছলামৰ লগতে কৃষি বিভাগৰ বিভিন্ন পয্যাযৰ    বিষযা কৰ্মচাৰী ক্ৰমে নুৰ আলম সৰকাৰ , দীপাংকৰ দাস , মেহতাব উদ্দীন আহমেদ , আব্দুৰ ৰেজ্জাক আৰু লগতে আঞ্চলিক পঞ্চায়ত ৰ সদস্যা বিউটী সিংহ আদি  উপস্থিত আছিল।

দহ বিধ ধানৰ কঠিয়া ক্ৰমে স্বৰ্ণ চাব -১ , ৰঞ্জিত চাব-১ , বাহাদুৰ চাব -১ , কলা জহা , আইজং , বিনা ধান -১১, বৰ্ণী ,ৰঞ্জিত , জলশ্ৰী আৰু যমুনা ৰোপন কৰা হয়।ধান বিজ্ঞান সন্মত ভাবে উৎপাদন কৰি এই অঞ্চলৰ বাবে উপযোগী ধানৰ জাত নিৰ্বাচন কৰাটো এই আঁচনিৰ মূল লক্ষ্য বুলিকৃষি বিষযা ৱাজেদ আলীয়ে কয় ।

এই অনুষঠানটিত  কণিষ্ঠ গৱেষক বিজ্ঞানী অক্ষয় ভৰদ্বাজ আৰু  বিষয় বস্তু বিশেষজ্ঞ বিপুল দাসো উপস্থিত থাকে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd