• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 5:07 pm
Sikkim
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেউজ ছিকিমৰ লক্ষ্যৰে তথা মানুহ আৰু প্ৰকৃতিৰ সংযোগক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এক উদ্ভাৱনীমূলক সেউজ বিপ্লৱ সূচনা কৰিবলৈ আগবাঢ়িছে ছিকিম চৰকাৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে আৰম্ভ কৰিছে সেউজ বিপ্লৱৰ এক অভিনৱ পদক্ষেপ।

ছিকিম চৰকাৰৰ এই পদক্ষেপৰ অধীনত ছিকিমত জন্ম হোৱা প্ৰতি শিশুৰ বিপৰীতে ৰোপণ কৰা হ’ব ১০০ টাকৈ গছপুলি। এই অভিনৱ পদক্ষেপক নামাকৰণ কৰা হৈছে ‘মেৰো ৰুখ মেৰো সান্ততি’ (এজোপা গছ ৰোপণ কৰক, এক নিদৰ্শন দেখাওক) নামেৰে।

Apply Now

ছিকিম চৰকাৰৰ প্ৰশাসনিক বিষয়াসকলে উল্লেখ কৰা মযে, এই পদক্ষেপৰ লক্ষ্য হৈছে সন্তান প্ৰসৱৰ স্মৃতিত গছ ৰোপণ কৰি পিতৃ-মাতৃ, সন্তান আৰু প্ৰকৃতিৰ মাজৰ সংযোগ শক্তিশালী কৰা।

“শিশুটি ডাঙৰ হোৱাৰ লগে লগে গছবোৰৰ বৃদ্ধি নৱজাতকক আদৰণি জনোৱাৰ আৰু এই পৃথিৱীত শিশুটিৰ আগমনৰ স্মৃতি সজীৱ কৰাৰ এক প্ৰতীকী উপায় হ’ব। ভাৰতত এয়াই হৈছে এনেধৰণৰ প্ৰথমটো উদ্ভাৱনীমূলক সেউজ পদক্ষেপ।”– বিষয়াসকলে কয়।

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে একাংশ নতুন অভিভাৱকক গছ পুলি বিতৰণো কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী আৰম্ভ কৰি চিকিমী সমাজৰ প্ৰকৃতিৰ সৈতে অনাদিকালৰ পৰাই থকা অন্তৰংগ সম্পৰ্কৰ কথা দোহাৰে।

“এই পদক্ষেপৰ লক্ষ্য হৈছে আমাৰ সমাজৰ যুগ যুগ ধৰি প্ৰকৃতিৰ সৈতে চলি অহা এই বান্ধোনক শক্তিশালী কৰা। ইয়াৰ উদ্দেশ্য হৈছে এনে এক পৰিৱেশ তন্ত্ৰ, য’ত গছ আৰু শিশু উভয়েই সূৰ্য্যৰ ফালে হাত আগবঢ়াব পাৰে আৰু এক উজ্জ্বল ভৱিষ্যত গঢ় দিয়া, যি সজীৱতা, স্বাস্থ্য আৰু সুখৰ প্ৰতিশ্ৰুতি দিয়ে।”– তেওঁ লগতে কয়।

মুখ্য সচিব ভি বি পাঠকে কয় যে এই পদক্ষেপৰ সফলতাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে একত্ৰিত হৈ নতুন অভিভাৱকসকলক নামভৰ্তিৰ পৰা আৰম্ভ কৰি ৰোপণ আৰু প্ৰতিপালনলৈকে নিৰৱচ্ছিন্ন সেৱাৰ সুবিধা প্ৰদান কৰিব।

আশা আৰু অংগনবাড়ী কৰ্মী, পঞ্চায়ত, নাগৰিক সংস্থা আৰু বন কৰ্মচাৰীয়ে অভিভাৱকসকলক অনবৰ্ডিঙৰ সুবিধা প্ৰদান কৰিব লাগিব বুলিও তেওঁ কয়।

ডিজিটেল প্লেটফৰ্ম যেনে হোৱাটছএপ, ইমেইল, ৱেব পৰ্টেল আদিয়ে নতুন অভিভাৱকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।

ৰাজ্যৰ বন বিভাগৰ বিষয়া প্ৰদীপ কুমাৰে ছিকিম চৰকাৰৰ এই পদক্ষেপে প্ৰকৃতিৰ প্ৰতি মানুহৰ মনোভাৱৰ পৰিৱৰ্তন ঘটাব আৰু প্ৰসৱৰ স্মৃতিত ৰোপণ কৰা গছপুলিয়ে প্ৰজন্মৰ মাজত যোগসূত্ৰ স্থাপন কৰিব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd