• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত স্থাপন কৰা হ’ব ১০০০ বিদেশী ন্যায়াধীকৰণ : উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 8:56 am
Foreigners-Tribunal

গোৱালপাৰাৰ বিদেশী ন্যায়াধীকৰণৰ কাৰ্যালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত অবৈধ বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যে ১০০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপনৰ বাবে কেন্দ্ৰ আৰু অসম চৰকাৰে যৌথভাৱে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়াইছে।

অসমৰ ডিটেনশ্যন কেন্দ্ৰসমূহত আটক হৈ থকা লোকসকলৰ ভৱিষ্যৎ নিৰূপণৰ সৈতে জড়িত এটা গোচৰৰ শুনানিত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত এক বিশদ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

Apply Now

চৰকাৰৰ প্ৰতিনিধিয়ে কয় যে প্ৰথম পৰ্যায়ত ২০০ খন বিদেশী ন্যায়াধীকৰণ স্থাপন কৰা হ’ব আৰু বাকী ন্যায়াধীকৰণসমূহ পৰৱৰ্তী পৰ্যায়ত স্থাপন কৰা হ’ব।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এনে বৃহৎ সংখ্যক ন্যায়াধীকৰণৰ বাবে ন্যায়াধীশ নিযুক্তি সম্পৰ্কেও প্ৰশ্ন কৰে।

উচ্চতম ন্যায়ালয়ে বিশদ তথ্য উল্লেখেৰে এখন নতুনকৈ শপতনাম দাখিলৰ বাবে নিৰ্দেশ দিছে। আদালতে লগতে কয় যে যদি প্ৰয়োজন হয় গোচৰটোৰ শুনানিৰ বাবে গ্ৰীষ্মৰ বন্ধৰ সময়ত বিশেষ বিচাৰপীঠ গঠন কৰা হ’ব।

বিদেশী নাগৰিকসকলক বহিস্কাৰ কৰা সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে জানিব বিচৰাত মহাধিবক্তা তুষাৰ মেহতাই কয় যে বিষয়টো সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ত আলোচনা চলি আছে।

মেহতাই কয় যে যিসকলে নিজকে বাংলাদেশী বুলি দাবী কৰে তেওঁলোকক বিতাৰণ কৰাত সমস্যা নাই, ‘’কিন্তু নিজকে বাংলাদেশী বুলি দাবী নকৰাসকলক লৈ সমস্যা হ’ব পাৰে।‘’

মেহতাই আদালতক জনায় যে গুৱাহাটীত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তক ডিটেনশ্যন শিৱিৰত থকা বাংলাদেশী নাগৰিকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হৈছে।

আনহাতে, অধিবক্তা প্ৰশান্ত ভূষণে কয় যে আটকাধীন লোকসকলক দীৰ্ঘদিনৰ বাবে ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰে।

ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থায়ো এই গোচৰটোত অংশ লোৱাৰ বাবে পৰিকল্পনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd