• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীক্ষুৰ কণ্ঠত মুক্তি পালে ইপাৰ সিপাৰ শ্ৰব্য এলবাম: উন্মোচন কৰিলে জুবিন গাৰ্গে

কল্পজ্যোতি শইকীয়া  by কল্পজ্যোতি শইকীয়া 
February 15, 2018 8:47 am
Poster of Dikshu's new album Ipar-sipar
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ৫ বছৰৰ চেষ্টাৰ অন্তত জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৱে অসমৰ শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰিলে ইপাৰ-সিপাৰ নামৰ এটি গীতৰ এলবাম। পবিত্ৰ মহা শিৱৰাত্ৰি তথা ভেলেন্টাইন দেৰ  দিনাই অসমৰ শ্ৰোতা দৰ্শকলৈ ইপাৰ-সিপাৰৰ উপহাৰ দিলে কন্ঠশিল্পী দিক্ষুৱে।

এক বিশাল আয়োজনৰ মাজেৰে এই এলবাম মুকলি অনুষ্ঠান অনুষ্ঠিত হৈছিল গুৱাহাটীৰ গীতানগৰ খেলপথাৰত। দীক্ষুৰ এই ইপাৰ সিপাৰ শ্ৰব্য এলবামটি মুকলি কৰে যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। এলবামটো মুকলি কৰি জুবিনে কন্ঠশিল্পী দীক্ষুক শুভেচ্ছা জনোৱাৰ লগতে ভবিষ্যতে সকলো সহায়-সহযোগিতা কৰি যাব বুলি কয়।

Apply Now

এলবাম উন্মোচনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তথা ভেলেণ্টাইন দে উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধ্যাত অসমীয়া অভিনয় জগতৰ সৈতে জড়িত গুঞ্জন ভৰদ্বাজ, নীল আৰু মেঘৰঞ্জনীকে ধৰি বহুকেইগৰাকীয়ে নৃত্য প্ৰদৰ্শন কৰে।

তদুপৰি সংগীত শিল্পী গীতালি কাকতি, আচুৰ্য্য বৰপাত্ৰ, মিন্টুমণিৰ লগতে আন আন শিল্পী সকলে গীত পৰিবেশন কৰি ভেলেন্টাইনৰ সন্ধ্যাটো জীপাল কৰি তোলে।

উল্লেখ্য যে ২০১২ চনত ‘ল’ৰালি’ এলবামৰ পিছত এইবাৰ দীক্ষুৱে শ্ৰোতা-দৰ্শকলৈ অনুৰাগ শইকীয়াৰ সংগীত পৰিচালনাৰে আগবঢ়াইছে ইপাৰ সিপাৰ এলবামৰ ৬ টাকৈ গীত।

দিগন্ত ভাৰতী, ইবচন লাল বৰুৱা, শশাংক সমীৰ, দীক্ষুৰ পত্নী বিজিয়েতাৰ কথা আৰু সুৰেৰে প্ৰকাশ পোৱা এই এলবামটোত গোটেই কেইটা গীততে কন্ঠদান কৰিছে দীক্ষু আৰু গীতালি কাকতিয়ে।

এই সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্য্যসূচীৰ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভণি কৰে বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰ আৰু শান্তা উজিৰে।

এই এলবাম মুকলি অনুষ্ঠানত অসমৰ সংগীত, অভিনয় তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জৰিত কেইবাগৰাকীও জনপ্ৰিয় ব্যক্তি উপস্থিত থকাৰ লগতে দীক্ষুৰ অসংখ্য গুণমুগ্ধ উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া 

কল্পজ্যোতি শইকীয়া 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd