• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌৰ থাওৰা দ’লত ভয়ংকৰ দুৰ্ঘটনা; ১১ জনকৈ লোক নিহত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 23, 2019 11:00 am
3.8k
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাই শিৱসাগৰৰ ডিমৌৰ থাওৰা দ’লৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১১ জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।

জানিব পৰা মতে ডিব্ৰুগড় অভিমুখী এখন আল্ট্ৰা বাছ আৰু তিনিচুকীয়াৰ পৰা যোৰহাটৰ দিশে গৈ থকা এখন ট্ৰেভেলাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

যাৰ ফলত ট্ৰেভেলাৰখনৰ সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হয় আৰু ভিতৰত থকা যাত্ৰীসকলৰ চাৰিজনৰ থিতাতে মৃত্যু হয়।

স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলক ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত ৭ জন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে আহত সকলৰ ৮ জনক  ইতিমধ্যে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৭ জনৰ আঘাত গুৰুত্বৰ বুলি জানিব পৰা গৈছ।

অৱশ্যে শিৱসাগৰ জিলা প্ৰশাসনে দুৰ্ঘটনাত ৯ জন লোক নিহত আৰু ১২ জন লোক আহত হৈছে বুলি জানিবলৈ দিয়ে।

মৃত ব্যক্তি কেইজনক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইফালে নিহতৰ সংখ্য আৰু অধিক হোৱাৰ সম্ভৱনা আছে বুলিও জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে এ এছ ০৫ চি ৫৯৯৯ আৰু ট্ৰেভেলাৰ খনৰ নম্বৰ হৈছে এ এছ২৩ বি চি ৬৮৭৮। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰ খন দ’ খাৱৈত সোমাই পৰে।

পুৱাৰ ভাগত কিনকিনিয়া বৰষুণৰ লগতে দুয়োখন বাহন তীব্ৰ গতিত আছিল বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আল্ট্ৰা বাছখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পালয়ন কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd