DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

তামিলনাডুত শোকাৱহ দুৰ্ঘটনা: বিদ্যুৎপৃষ্ট হৈ মন্দিৰৰ ধৰ্মীয় ৰথযাত্ৰাত ভাগ লোৱা ১১ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 27, 2022 10:05 am
11 Electrocuted In Tamil Nadu Temple
223
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ থাঞ্জাভুৰ জিলাত আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। জিলাখনৰ এটা মন্দিৰত ধৰ্মীয় ৰথযাত্ৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জনতকৈও অধিক লোক আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰথযাত্ৰাত ব্যৱহাৰ কৰা মন্দিৰৰ ৰথখন ভক্তসকলে টানি নিয়াৰ সময়তে কালিমেডুৰ উচ্চ-প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰত লাগে।

এই ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। আনহাতে আহতসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে পুনৰ ৮ জন ব্যক্তিৰ মৃত্যু হয়।

নিহতসকলৰ ভিতৰত দুজন শিশুও আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

তিৰুচিৰাপল্লীৰ কেন্দ্ৰীয় অঞ্চলৰ আৰক্ষী মহাপৰিদৰ্শক ভি বালাকৃষ্ণনে বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে বুলি মন্তব্য কৰে।

উল্লেখ্য যে মন্দিৰটোত মঙলবাৰে ৯৪ সংখ্যক আপাৰ গুৰুপূজাই উৎসৱ উদযাপন কৰা হৈছিল। অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ কাষৰীয়া অঞ্চলৰ সহস্ৰাধিক লোক মন্দিৰ প্ৰাংগনত উপস্থিত আছিল।

ঘটনাটোত আঘাতপ্ৰাপ্ত আন কেইবাজনো লোক বৰ্তমান চিকিৎসাধীন হৈ আছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে ষ্টালিনে ঘটনাটোত নিহত সকলৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

আনহাতে আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd