• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইনষ্টাইন, হকিঙতকৈও উন্নত ‘IQ’! এঘাৰ বৰ্ষীয় ব্ৰিটিছ শিশুৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 5:08 pm
UK boy gets higher IQ score
156
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠতম মগজুৰ অধিকাৰী হিচাপে যোৱা শতিকাৰ পৰাই পৰিচিত হৈ আহিছে দুই কিংবদন্তী বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু ষ্টিফেন হকিং। দুয়োগৰাকী বিজ্ঞানীৰ আনুমানিক IQ ১৬০ আছিল বুলি কোৱা হয়।

কিন্তু এই দুই শ্ৰেষ্ঠতম বিজ্ঞানীক অতিক্ৰম কৰি সম্প্ৰতি সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে এটি মাত্ৰ ১১ বৰ্ষীয় শিশুৱে। ব্ৰিটেইনৰ এই শিশুটিয়ে আইনষ্টাইন আৰু হকিঙতকৈও অধিক IQ লাভ কৰি স্তম্ভিত কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক।

১১ বৰ্ষীয় এই ছাত্ৰগৰাকীৰ নাম হৈছে ইউছুফ শ্বাহ। শ্বাহে মেনছা পৰীক্ষাত ১৬২ নম্বৰৰ IQ স্তৰ অৰ্জন কৰি চমক সৃষ্টি কৰিছে।

ইউছুফ শ্বাহ নামৰ এই শিশুটি ব্ৰিটেইনৰ লিডছৰ উইগটন মোৰ প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।

য়ৰ্কশায়াৰ ইভিনিং পোষ্টৰ সৈতে বাৰ্তালাপ কৰি শ্বাহে কয়, “বিদ্যালয়ৰ সকলোৱে ভাবে যে মই অতি স্মাৰ্ট। মই সদায়ে পৰীক্ষা দিয়া লোকসকলৰ শীৰ্ষ ২ শতাংশ লোকৰ ভিতৰত মই স্থান পাম নে, সেয়া জানিব বিচাৰিছিলো।”

শ্বাহৰ পিতৃয়ে সন্তানৰ এই কৃতিত্ব সন্দৰ্ভত কয় যে তেওঁলোকে আন যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ দৰেই এই পৰীক্ষাটোৰ বাবেও প্ৰস্তুতি কৰিছিল।

নিজ সন্তান ইউছুফ শ্বাহৰ IQ পৰীক্ষাৰ বাবে বেলেগকৈ কোনো নিৰ্দিষ্ট প্ৰস্তুতি নাছিল বুলি তেওঁ লগতে কয়।

অৱশ্যে এই অভূতপূৰ্ব সাফল্য অৰ্জন কৰিলেও পৰীক্ষাৰ এটা শাখাত ইউচুফে তিনি মিনিটত ১৫ টা প্ৰশ্নৰ উত্তৰ দিয়াৰ কথা আছিল যদিও বিফল হয়।

১৫ মিনিটৰ ঠাইত ভুলকৈ ১৩ মিনিট বুলি শুনাৰ বাবে তেওঁ বিফল হয় বুলি জানিব পৰা গৈছে। অৱশ্যে ১৩ মিনিট সময় লৈছিল যদিও তেওঁ শীৰ্ষ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে বিশ্বৰ নৱ চাঞ্চল্য হিচাপে পৰিগণিত হোৱা ইউছুফে ভৱিষ্যতে কেমব্ৰিজ বা অক্সফৰ্ড বিশ্ববিদ্যালয়ত গণিত অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd