• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ১২টা জনগোষ্ঠীয়ে পালে সাংবিধানিক স্বীকৃতি; অসমৰ ছয় জনগোষ্ঠীৰ কি হ’ল?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2021 4:21 pm
WhatsApp Image 2021-08-09 at 4.15.56 PM
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সংসদত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিৰ নামকৰণ সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজ্যখনৰ কেইবাটাও জনগোষ্ঠীক সাংবিধানিক স্বীকৃতি প্ৰদান কৰা হ’ল।

এতিয়া ৰাজ্যখনৰ মনপা, ছাজলাং (মিজি), ছাৰটাং, মেম্বা, নক্তা, টাংছা, টুটছা, ৱাংছ’, টাই-খামতি, মিছিমি-কামান (মিজু), ইদু (মিছিমি) আৰু টাৰাওন (ডিগাৰু) ভাৰতীয় সংবিধানিকভাৱে স্বীকৃত হ’ব।

Apply Now

বিগত ৭৪বছৰৰ অপেক্ষাৰ অন্তত এই জনগোষ্ঠীকেইটাও ভাৰতীয় সংবিধানৰ স্বীকৃতি লাভ কৰিব। ইমানদিনে অৰুণাচলী জনগোষ্ঠীকেইটাক যথোপযুক্ত নামেৰে সূচিত নকৰাৰ ফলত যথেষ্ট জটিলতাৰ সৃষ্টি হৈছিল।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই জনগোষ্ঠীকেইটাৰ নামকৰণ সংশোধনী বিধেয়কক ঐতিহাসিক বুলি অভিহিত কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে।

স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপক লৈ ৰাজ্যখনত সন্তুষ্টিৰ জোৱাৰ উঠিছে। উত্তৰ-পূৰ্বাঞ্চলত চলি থকা সমস্যাসমূহৰ প্ৰতি কেন্দ্ৰৰ যোগাত্মক দৃষ্টিয়ে নিসন্দেহে অঞ্চলটোৰ জনসাধাৰণত আশ্বস্ত কৰিব।

এই সুবাদতে আন এটা কথা চৰ্চাৰ মাজলৈ আহিছে যে অসমৰ ছয়টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবী কৰি অহাৰ পাছতো কেন্দ্ৰৰ বিজেপি চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই।

উল্লেখ্য যে, অসমৰ কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মটক, মৰাণ আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে।

বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনত অসমৰ ছয়গোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সমগ্ৰ বিষয়টোকলৈ এতিয়াও ৰহস্যজনক স্থিতি গ্ৰহণ কৰি আহিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে।

দেখা যায় যে অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰি আহিছিল আৰু তাৰ পৰিণতিতে কেন্দ্ৰীয় চৰকাৰে এইদৰে জনগোষ্ঠীকেইটাক সাংবিধানিক স্বীকৃতি দিবলৈ বাধ্য হ’ল।

আনহাতে, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আমাৰ ৰাজ্য চৰকাৰখনে কোনো পদক্ষেপ লোৱা নাই আৰু সেইদৰে কেন্দ্ৰীয় চৰকাৰেও বিষয়টো গাপ দি ৰাখিছে।

অসমৰ জনগোষ্ঠীকেইটাৰ নেতৃত্বই কেন্দ্ৰই তেওঁলোকৰ দাবী পূৰণ কৰিব বুলি আশা পালি ৰৈ থকাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ইয়াক এক নিৰ্বাচনী ইচ্ছ্যু হিচাপেহে ব্যৱহাৰ কৰা দেখা গৈছে।

সংসদত অৰুণাচল প্ৰদেশৰ অনুসূচীত জনজাতিৰ নামকৰণ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত অসমৰ নেতা-সাংসদসকলেও ৰাজ্যখনৰ বঞ্চিত জনগোষ্ঠীসমূহৰ সমস্যাক লৈ সৰৱ হোৱাৰ আশা কৰিব পাৰিনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd