DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতা বাঘ সহিতে ভাৰতলৈ আহি আছে বায়ু সেনাৰ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2023 7:30 pm
Cheetahs From South Africa
88
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ পৰা পুনৰ ভাৰতলৈ অনা হ’ব ১২ টা চিতা বাঘ। ভাৰতত চিতাৰ পুনৰ সংস্থাপন আৰু বংশ বৃদ্ধিৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকাৰ সৈতে হোৱা চুক্তি অনুসৰি পুনৰ এই চিতাকেইটা ভাৰতলৈ অনাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে।

কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জনোৱা মতে নতুনকৈ আহি থকা এই ১২ টা চিতা বাঘৰ ৭ টা মতা বাঘ আৰু বাকী ৫ টা মাইকী বাঘ।

ভাৰতীয় বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ কাৰ্গো বিমানে বিশেষ পিঞ্জৰাত বিশেষজ্ঞৰ সৈতে এই চিতা কেইটাক ভাৰতলৈ আনিবলৈ যোজা চলাইছে। যোৱা ১৬ ফেব্ৰুৱাৰীৰ দিনা দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছেগৈ ভাৰতীয় বায়ুসেনাৰ বিমানখন।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হ’ব নতুনকৈ অনা চিতাকেইটাক।

 

The 12 cheetahs arriving from South Africa, under the visionary leadership of PM Shri @narendramodi ji to restore our ecological balance, have begun their journey to India.

Indian Air Force’s C-17 Globemaster aircraft will get them home tomorrow.

Get ready to welcome them. pic.twitter.com/MRlDejQQlo

— Bhupender Yadav (@byadavbjp) February 17, 2023

২০২২ চনৰ ১৭ ছেপ্টেম্বৰত নিজৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা ৮টা চিতা মুকলি কৰি দিছিল। ইয়াৰ পিছত এইবাৰ আকৌ মুকলি কৰি দিয়া হ’ব এই ১২ টা চিতা।

প্ৰণিধানযোগ্য যে, স্বাধীনতাৰ পূৰ্বলৈকে ভাৰতৰ হাবিটো যথেষ্ট পৰিমাণৰ চিতাবাঘ পোৱা গৈছিল। কিন্তু চিকাৰ আৰু পৰিৱেশজনিত কাৰণত ভাৰতৰ হাবিৰ পৰা চিতা বাঘৰ প্ৰজাতি চিৰদিনৰ পৰা হেৰাই যায়। ১৯৫২ চনত ভাৰতত চিতা বাঘক বিলুপ্ত প্ৰজাতি হিচাপে ঘোষণা কৰা হয়।

জানিব পৰা মতে ভাৰতৰ চিতা বাঘৰ লগত দক্ষিণ আফ্ৰিকাৰ চিতাবাঘৰ প্ৰজাতিগত পাৰ্থক্য নাই যদিও দক্ষিণ আফ্ৰিকাৰ চিতাসমূহ অধিক হিংস্ৰ।

Recent News

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

সন্ধান নাই বিকাশ আৰু জিণ্টুৰ : আলফালৈ যোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালৰ

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

‘কুষ্ঠ আক্ৰান্ত যৌনকৰ্মী’ বুলি মাধুৰী দীক্ষিতক অপমান : আইনৰ সহায় ললে মিথুনে

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

স্বমেহন : হঠাৎ দীৰ্ঘদিনীয়া অভ্যাস এৰি দিলেও হ’ব পাৰে বিপদ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd