• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি ঘটিছিল! জিএমচিএইচত ২৪ ঘন্টাৰ ভিতৰতে ১২জন কোভিড-১৯ ৰোগীৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2021 12:44 pm
GMCH-hospital-1024x512

জিএমচিএইচ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৪ ঘন্টাত গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত (জিএমচিএইচ) মুঠ ১২জন ৰোগীৰ কোভিড-১৯ৰ ফলত মৃত্যু ঘটিছে।

জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই এই বাতৰি নিশ্চিত কৰিছে।

Apply Now

জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই মঙলবাৰে নিশা ১২.৪৩ বজাত টুইট কৰি লিখিছিল,’’জিএমচিএইচত হঠাতে ১২জন কোভিড-১৯ ৰোগীৰ মৃত্যু ঘটিছে।‘’ ইয়াৰ প্ৰত্যুত্তৰত ডাঃ শৰ্মাই স্পষ্ট কৰিছে যে মৃত লোককেইজন সংকটজনক ৰোগী আছিল আৰু তেওঁলোকৰ হঠাতে মৃত্যু ঘটা নাই।

জিএমচিএইচৰ অধীক্ষকগৰাকীয়ে কয় যে মৃত ৰোগীকেইজনৰ ভিতৰত ৯জন আইচিইউত আছিল আৰু বাকী ৩জন ৱাৰ্ডত আছিল আৰু তেওঁলোক ‘’ভৰ্তি হোৱাৰ ২৪ঘন্টাৰ ভিতৰতে ঢুকাইছে।‘’

তেওঁ কয় যে দুগৰাকী ব্যক্তিৰ জৰুৰীকালীন ৱাৰ্ডত মৃত্যু হৈছে।

ডাটা শ্বিট শ্বেয়াৰ কৰি ডাঃ শৰ্মাই লগতে জনায় যে এই ৰোগীসকলৰ এজনেও কোভিড-১৯ৰ ভেকচিন লোৱা নাছিল।

ডাঃ শৰ্মাই লগতে জানিবলৈ দিয়ে যে জিএমচিএইচত উপস্থিত হোৱাৰ সময়ত তেওঁলোকৰ অক্সিজেনৰ পৰিমান (saturation levels) ৯০ শতাংশৰ তলত আছিল।

‘’…এই ৰোগীসকলৰ হঠাতে মৃত্যু হোৱা নাই। তেওঁলোক সংকটজনক অৱস্থাত ৯জন আইচিইউত আৰু আন ৩জন ৱাৰ্ডত ভৰ্তি হোৱাৰ ২৪ঘন্টাৰ ভিতৰত মৃত্যু হৈছে। দুজনৰ জৰুৰীকালীন ৱাৰ্ডত মৃত্যু হৈছে। জিএমচিএইচত ৯০ শতাংশতকৈ কম saturation levelsৰ অৱস্থাত ভৰ্তি হোৱা এই ৰোগীসকলৰ এজনেও ভেকচিন লোৱা নাছিল,’’-ডাঃ শৰ্মাই টুইটত উল্লেখ কৰে।

জিএমচিএইচৰ অধীক্ষকগৰাকীয়ে শ্বেয়াৰ কৰা ডাটা শ্বিট অনুসৰি ১০ জন ৰোগীৰ বয়স ৫০-৫৮বছৰৰ ভিতৰত। ইয়াৰে ৫জন পুৰুষ আৰু বাকীসকল মহিলা।

দুজন ৰোগী আছিল কামৰূপ মহানগৰ জিলাৰ বশিষ্ঠ অঞ্চলৰ। কোভিড-১৯ আক্ৰান্ত হৈ মৃত্যু ঘটা কামৰূপ মহানগৰ জিলাৰ আন এজন ৰোগী আছিল জ্যোতিকুছিৰ বাসিন্দা।

কোভিড-১৯ত মৃত্যু ঘটা আন ৰোগীকেইজন আছিল, শোণিতপুৰৰ গৰৈমাৰী, নগাঁওৰ চামগুৰি, কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলি, নগাঁওৰ ধুপহাৰা, বাক্স্যৰ তামুলপুৰ, গোৱালপাৰাৰ ভালুকডুবি আৰু হোজাইৰ ডুবিজানৰ।

ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যোৱা নিশা হঠাতে জিএমচিএইচ পৰিদৰ্শন কৰে।

বাতৰি অনুসৰি, তেওঁ হাস্পাতালখনত জ্যেষ্ঠ চিকিৎসকসকল কোভিড ডিউটিত আছে নে নাই তাৰ খৱৰ লোৱাৰ লগতে হাস্পাতালখনৰ পৰিস্থিতিৰ বুজ লয়।

GMCH-death-report

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

June 20, 2026 8:03 am
খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

খোজ কাঢ়ি যাব নালাগে, শৌচাগাৰ নিজেই আহিব আপোনাৰ ওচৰলৈ! আচৰিত কৰা যন্ত্ৰমানৱ শৌচাগাৰ

June 20, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd