• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলিউদ শিল্পী লাকী আলীৰ অনুষ্ঠানেৰে সামৰণি পৰিল দৈজিং মহোৎসৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2019 7:39 pm

2 min read

Dwijing Festival
586
VIEWS
Share on FacebookShare on Twitter

১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিৰাং জিলাৰ আই নদীৰ পাৰত অনুষ্ঠিত তৃতীয় দৈজিং মহোৎসৱৰ সফল সামৰণি পৰে। বিগত ২৭ ডিচেম্বৰৰ পৰা চলা এই মহোৎসৱৰ অন্তিমটো দিনত মহোৎসৱ বাকৰিত উপস্থিত থাকে বহু শিল্পী, ৰাজ্যৰ শীৰ্ষ আমোলা, তাৰকা, ৰাজনীতিবিদকে ধৰি ভালেমান লোক।

বাৰ দিনীয়া মহোৎসৱৰ গোটেইকেইটা দিনতেই দেশী বিদেশী শিল্পীয়ে গিজগিজাই থকা আই নদীৰ পাৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰী, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, বি টি চিৰ ডেপুটি চীফ খাম্পা বৰগয়াৰী, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আদিও উপস্থিত থাকে।

বাংলাদেশ, ইণ্ডোনেছিয়া, থাইলেণ্ড, ইটালী, নেপাল আদিৰ পৰা অহা ভালেসংখ্যক শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে কেউটা দিনতেই স্থানীয় শিল্পীসকলে পৰিৱেশন কৰে ভালেমান মনোমোহা অনুষ্ঠান।

বিভিন্ন দিনত উপস্থিত থাকে বলিউদৰ জনপ্ৰিয় শিল্পী মালাইকা আৰোৰা, দ্য গ্ৰেট খালী, কণ্ঠশিল্পী অমিত ত্ৰিবেদী, ভূমি ত্ৰিবেদি, হিমশ ৰেশমিয়া, লাকী আলী, কৈলাশ খেৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী। অন্তিমটো দিনত সুদূৰ নিউজিলেণ্ডৰ পৰা কেৱল দৈজিং মহোৎসৱত অংশগ্ৰহণৰ বাবে আহে জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী।

অনুষ্ঠানত ভালেমান বড়ো পৰম্পৰাগত শিল্প, খাদ্য, সংস্কৃতিৰ উপৰি প্ৰদৰ্শিত হয় ৰোমাঞ্চকৰ ক্ৰীড়া, ৰাইফল শ্বুটিং, জীপ ছাফাৰী, আতচবাজী প্ৰদৰ্শনী আদি। অনুষ্ঠানৰ সফল সামৰণিৰ পিছত এই দৈজিং মহোৎসৱ সন্দৰ্ভত মন্তব্য কৰি ৰাজ্যৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই কয়, ‘ৰাজ্যৰ কেলেণ্ডাৰ ইভেণ্চ হিচাপে দৈজিং ফেষ্টভেলে স্থান পালে, আটাইকেইটা দিনতেই অনবদ্য সহাৰিৰে ৰাজ্যৰ ভিতৰতে অন্যতম সফল অনুষ্ঠান হিচাপে অভিহিত হৈছে এই দৈজিং ফেষ্টিভেল’।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd