• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড নীতি অমান্য : আৰ ডি জুনিয়ৰ কলেজৰ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 15, 2021 6:08 pm
col
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে  কৰ’না ভাইৰাছৰ ব্যাপক সংহাৰ চলি থকাৰ সময়তে অসমতো কভিড-১৯ নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ১৩মেৰ পৰা জাৰি কৰা কঠোৰ নিৰ্দেশাৱলী অৱমাননা কৰি প্ৰশাসনৰ ৰোষত পৰিছে মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আৰ. ডি জুনিয়ৰ কলেজ ।

 শেহতীয়াকৈ  অসম চৰকাৰৰ ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি  ১৩ মে’ৰ পৰা বলৱৎ হোৱাকৈ ১৫ দিনৰ বাবে সমূহ শিক্ষানুষ্ঠান,চৰকাৰী- বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছিল যদিও আৰ ডি জুনিয়ৰ কলেজ খনৰ কৰ্তৃপক্ষই টকাৰ লালসাত  কালি  মুকলিকৈ একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

Apply Now

নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবৰ বাবে শিক্ষানুষ্ঠানখনৰ কাৰ্যালয়ত কৰ্তৃপক্ষৰ লগতে বহুসংখ্যক অভিভাৱক আৰু ছাত্র-ছাত্ৰী সমবেত হোৱাত কোনো লোকে বিষয়টো প্ৰশাসনৰ দৃষ্টি গোচৰ কৰে। মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া পোনা গগৈ, অতিৰিক্ত আয়ুক্ত ত্ৰিদিব কোঁৱৰ, ৰাজহ চক্র বিষয়া সোণবৰ চুতীয়াৰ নেতৃত্বত  ডিগবৈ আৰক্ষীৰ এটি দল জুনিয়ৰ কলেজ খনত উপস্থিত হৈ ক’ভিড প্ৰ’ট’কল ভংগ হোৱা স্ব চক্ষুৰে প্ৰত্যক্ষ  কৰি চৰকাৰী নীতি-নিৰ্দেশনা অৱমাননাৰ অভিযোগত কলেজ খনৰ সঞ্চালিকা চিমি ধানোৱাৰ, অধ্যক্ষ দিব্যজ্যোতি দে , প্ৰবক্তা অতুল বৰুৱা, অংকন বুঢ়াগোহাঁই, বি শৰ্মাকে আদি কৰি ১২ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক আটক কৰি ডিগবৈ আৰক্ষী থানালৈ লৈ আহে।

 কলেজ খনৰ সঞ্চালিকা, শিক্ষক কৰ্মচাৰী সকলক পুৱা দহ বজাৰ পৰা নিশা বাৰ বজালৈকে ডিগবৈ আৰক্ষী থানাত আটক কৰি ৰাখে।

ইপিনে, ক’ভিড প্ৰ’ট’কল, নীতি নিৰ্দেশনা অমান্য কৰাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত ডিগবৈ আৰক্ষী থানাত ১৩৫/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধ্যক্ষ সচিব বি কল্যাণ চক্ৰভাৰথীয়ে যোৱা ১৩ মেত জাৰি কৰা নিৰ্দেশ অনুসৰি ক’ভিড পৰিস্থিতিৰ বাবে অসমৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহে বিগত বৰ্ষ সমূহৰ  ১ জুলাইৰ পৰা ৩১ জুলাইলৈ গৰম বন্ধ  পালন কৰি আহিছিল যদিও বৰ্তমানৰ পৰিবেশ- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ বৰ্ষৰ ১৫ মে’ৰ পৰা ১৪ জুনলৈকে গৰমৰ বন্ধ ঘোষণা কৰিছে।

কিন্তু অতি পৰিতাপৰ বিষয় যে চৰকাৰী নিৰ্দেশনালৈ অপেক্ষা নকৰি ডিগবৈ আৰ ডি জুনিয়ৰ কলেজ আৰু আৰ ডি ইংলিছ একাডেমীয়ে নিজৰ খেয়াল খুচি মতে পোন্ধৰদিনীয়া গৰম বন্ধ দি আজৰি হৈ পৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd