• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চকু কপালত উঠিব আপোনাৰ! ৰাজ্যত কিমান নিবনুৱা? ২৬ হাজাৰ পদৰ বিপৰীতে প্ৰায় ১২ লাখৰ আবেদন!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 11, 2022 6:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই পদৰ বিপৰীতে কিমান লোকে আবেদন কৰিব পাৰে বা ৰাজ্যখনত চাকৰি প্ৰত্যাশী যুৱক-যুৱতী কিমান আছে সেয়া দেখিলে আপোনাৰ চকু কপালত উঠিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত ১ লাখ নিবনুৱা যুৱক-যুৱতীক গণি গণি চাকৰি দিম বুলি প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা কৰিছিল।

Apply Now

কিন্তু সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰিব নোৱাৰিলেও প্ৰায় ২৩ হাজাৰক আৰক্ষী কনিষ্টবল, শিক্ষককে ধৰি বিভিন্ন বিভাগৰ তৃতীয় চতুৰ্থ বৰ্গত নিযুক্তি দিছিল।

তাৰ পাছত পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছত উন্মোচিত হ’ল ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ছবিখন। ২৬ হাজাৰ পদৰ বিপৰীতে মুঠ আবেদনকাৰীৰ সংখ্যা ১১, ৯২,৫০৯ গৰাকী। এক সূত্ৰৰ পৰা লাভ কৰিছো এই তথ্য।

সূত্ৰ অনুসৰি তৃতীয় বৰ্গৰ পদৰ বিপৰীতে মুঠ ৬,৭১,৮০৫ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে। তদুপৰি চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰিছে ৪,৪৩,৬৫৫জনে। আনহাতে তৃতীয় বৰ্গৰ অন্তৰ্গত গাড়ীচালক পদৰ বাবে আবেদন কৰিছে আন ৭৭,০৪৯জন চাকৰি প্ৰত্যাশীয়ে।

এমপ্লইমেণ্ট এণ্ড ডাইৰেক্টৰেট অব এমপ্লইমেণ্ট এণ্ড ক্ৰাফছমেন ট্ৰেইনিঙৰ তথ্য অনুসৰি ৰাজ্যত এতিয়া ২২ লাখৰো অধিক নিবনুৱা আছে।

এই লাখ লাখ নিবনুৱাক সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd