• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 6:20 pm
African cheetahs to India

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শতিকাৰ ৭০-৮০ দশকতে ভাৰতত বিলুপ্ত হোৱা দ্ৰুতবেগী জন্তু চিতাৰ সংখ্যা পুনৰ দেশত বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে অহা ফেব্ৰুৱাৰী মাহত আফ্ৰিকান দেশৰ পৰা পুনৰ ১২ টা চিতা লাভ কৰিব ভাৰতে।

সূত্ৰ অনুসৰি ফেব্ৰুৱাৰী মাহৰ মাজভাগত দক্ষিণ আফ্ৰিকাৰ পৰা এই চিতাকেইটা ভাৰতলৈ অনা হ’ব। যোৱা ১৫ জুলাইৰ পৰা দক্ষিণ আফ্ৰিকাত এই চিতাকেইটা কোৱাৰেণ্টাইনত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

Apply Now

চিতাকেইটা ভাৰতলৈ অনাৰ পিছত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৰখা হ’ব বুলি জানিব পৰা গৈছে। যোৱা সপ্তাহত নতুন দিল্লী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰশাসনিক ৰাজধানী প্ৰিট’ৰিয়াৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে।

প্ৰকাশিত খবৰ অনুসৰি প্ৰতিটো চিতা স্থানান্তৰিত কৰাৰ পূৰ্বে ভাৰতে ৩ হাজাৰ মাৰ্কিন ডলাৰ পৰিশোধ কৰিব লাগিব। কুনো ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক উত্তম শৰ্মাই জনোৱা মতে, চিতা কেইটাৰ বাবে ১০ টা কোৱাৰেণ্টাইন এনক্ল’জাৰ স্থাপন কৰা হৈছে আৰু প্ৰতিটোতে দুটাকৈ চিতাক ৰখাৰ ব্যৱস্থা কৰা হৈছে।

তেওঁ লগতে কয় যে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পিছত প্ৰিট’ৰিয়াই চিতা স্থানান্তৰৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। বুজাবুজি চুক্তি স্বাক্ষৰত পলম হোৱাৰ বাবে আৰু দীৰ্ঘদিনীয়া কোৱাৰেণ্টাইনৰ বাবে চিতাকেইটাৰ স্বাস্থ্যক লৈ বন্যপ্ৰাণী বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখ্য যে এই ১২ টা চিতা বাঘ ভাৰতলৈ চলিত মাহতে আমদানি কৰাৰ সম্ভাৱনা আছিল যদিও বুজাবুজি চুক্তি স্বাক্ষৰত পলম হোৱাৰ বাবে এই ক্ষেত্ৰত বিলম্ব হয়। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তুত কৰা ‘ভাৰতত চিতা পুনৰ প্ৰৱৰ্তনৰ কাৰ্য্য পৰিকল্পনা’ অনুসৰি নতুনকৈ চিতাৰ বংশ বিস্তাৰৰ বাবে এই চিতাকেইটা আমদানি কৰা হ’ব।

আমদানি কৰিবলগীয়া চিতাকেইটাৰে ৮ টা চিতা মতা আৰু ৪ টা মাইকী চিতা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত তেওঁৰ জন্মদিনৰ দিনাই নামিবিয়াৰ পৰা প্ৰথমটো গোটৰ আঠটা চিতা, পাঁচটা মাইকী আৰু তিনিটা মতা- কুনো ৰাষ্ট্ৰীয় উদ্যানৰ কোৱাৰেণ্টাইন ঘেৰাওত মুকলি কৰি দিছিল।

দেশত ১৯৫২ চনত এই বিশেষ প্ৰজাতিৰ দ্ৰুতবেগী জন্তুবিধ বিলুপ্ত হোৱাৰ ৭০ বছৰৰ পাছত পুনৰ ভাৰতলৈ অনা হৈছে চিতা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd