• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২০ কিলোগ্ৰাম সোণেৰে নিৰ্মাণ হৈছে স্বামী ৰামানুজাচাৰ্যৰ মূৰ্তি, ক’ত স্থাপন কৰা হ’ব এই মূৰ্তি?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 3:02 pm
Statue-OF-Equality
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস হৈ যোৱাৰ পিছতে যেন দেশৰ বিভিন্ন প্ৰান্তত সুবিশাল মূৰ্তি স্থাপনৰ ধুমহে উঠিছে।

এইবাৰ ১২০ কিলোগ্ৰাম সোণেৰে নিৰ্মাণ কৰা হ’ব এটা সুবিশাল মূৰ্তি।

Apply Now

একাদশ শতিকাতে সেই সময়ৰ দক্ষিণ ভাৰতৰ অঞ্চল সমূহত সমাজ সংস্কাৰৰ কাম কৰা সন্ত স্বামী ৰামানুজাচাৰ্যৰ এই সুবিশাল সোণৰ মূৰ্তিটো স্থাপন কৰা হ’ব হায়দৰাবাদৰ পৰাপ্ৰায় ৪০ কিলোমিটাৰ দূৰৈত অৱস্থিত ৰামনগৰত।

ৰামনগৰৰ ৩৪ একৰ মাটিত নিৰ্মাণ কৰি থকা মন্দিৰটোত ২১৬ ফুট উচ্চতাৰ এটা পঞ্চ ধাতুৰ সুউচ্চ মূৰ্তিও ইতিমধ্যে সাজি উলিওৱা হৈছে।

স্বামী ৰামানুজাচাৰ্যৰ এই পঞ্চ ধাতুৰ মূৰ্তিটোক জনা যাব ষ্টেছু অৱ ইকুৱেলিটি বুলি।

স্বামী ৰামানুজাচাৰ্যৰ ১০০০ সংখ্যক জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি ১২০ কিলোগ্ৰাম সোণেৰে নিৰ্মাণ কৰি থকা মূৰ্তিটোৰ লগতে পঞ্চ ধাতুৰ সুউচ্চ মূৰ্তিটো মুকলি কৰা হ’ব।

পঞ্চ ধাতুৰ মূৰ্তিটো নিৰ্মাণ কৰোতে খৰচ পৰিছে ৪০০ কোটি টকা।

একেদৰে ১২০ কিলোগ্ৰাম ওজনৰ সোণৰ মূৰ্তিটো সাজোতে খৰচ পৰিছে ৬০০ কোটি টকা।

চীনৰ এটা প্ৰতিষ্ঠানে দুয়োটা মূৰ্তি সজাৰ ক্ষেত্ৰত সহায় কৰা বুলি জানিব পৰা গৈছে।

সোণৰ মূৰ্তিটো মন্দিৰৰ গৰ্ভ গৃহত স্থাপন কৰা হ’ব ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm
মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

August 11, 2026 11:50 am
২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

August 11, 2026 10:52 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

August 11, 2026 9:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm
মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

August 11, 2026 11:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd