DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন ডি পি পি-বিজেপি মিত্ৰজোঁটেই নাগালেণ্ডত লাভ কৰিব চূড়ান্ত সংখ্যাগৰিষ্ঠতা : নেইফিউ ৰিঅ’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2018 3:46 pm
Neiphiu-Rio

নেইফিঅ’ ৰিঅ’

84
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা এন ডি পি পি-বিজেপি মিত্ৰজোঁটৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী নেইফিউ ৰিঅ’ই শনিবাৰে কয় যে তেওঁলোকৰ মিত্ৰজোঁটেই চূড়ান্ত সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

ভাৰতৰ নিৰ্বাচন আয়োগৰ শেহতীয়া আপডে’ট অনুসৰি ৰাজ্যখনত এন পি এফ দুখন আসনত বিজয়ী হৈছে আৰু ২০ খনত আগবাঢ়ি আছে। আনহাতে এন ডি পি পি আগবাঢ়ি আছে ১৫ খন, বিজেপি ৬ খন, এন পি এফ ৪ খন, জনতা দল (য়ু) ১ খন আৰু অন্যান্য ২ খন আসনত আগবাঢ়ি আছে। উত্তৰ আংগামী ২ আসনত নেইফিঅ’ ৰিঅ’ ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

শনিবাৰে তেওঁ কয়, ‘এন ডি পি পি-বিজেপি মিত্ৰজোঁটে অকলেই চূড়ান্ত সংখ্যাগৰিষ্ঠতা পাব বুলি মই আশা কৰিছো।’

আনহাতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী তথা এন পি এফ আৰু ইয়াৰ মিত্ৰ জোঁটৰ মুখ্য মন্ত্ৰিত্বৰ প্ৰাৰ্থী টি আৰ জেলিয়াঙে শনিবাৰে বোলে কয়, ‘এন পি এফে বিজেপিৰ সৈতে মিত্ৰ চৰকাৰ গঠন কৰিবলৈ আগ্ৰহী।’ এন ডি টিভিয়ে জেলিয়াঙে বিজেপিৰ সৈতে মিত্ৰজোঁট চলি থাকিব আৰু নিৰ্বাচনৰ পিছত গেৰুৱা দলটোৱে তেওঁৰ চৰকাৰত যোগ দিব বুলি কোৱা বুলি বাতৰি সম্প্ৰচাৰ কৰিছে। তেওঁ বোলে লগতে অসমৰ বিত্ত মন্ত্ৰী তথা নেদা (NEDA)ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী তথা নাগালেণ্ড নিৰ্বাচনত বিজেপিৰ দায়িত্বত থকা কিৰেন ৰিজিজুৰ লগত এই সন্দৰ্ভত তেওঁ আলোচনা কৰা বুলিও কৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd