• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত প্ৰথম আৰু দ্বিতীয় ঢৌত ক’ভিড ১৯ আৰু আন উপসৰ্গত ১২৫ গৰাকী ব্যক্তিৰ মৃত্যু 

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 3, 2021 2:43 pm
Covid-death

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰোনা মহামাৰীৰ ফলত বহু পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাবলগীয়া হৈছে ৷ বঙাইগাঁও জিলাতো ক’ৰোনাই বহু পৰিয়ালৰ বাবে কাল হৈ দেখা দিয়াত ইতিমধ্যে জিলাখনত ক’ভিড ১৯ আৰু আন উপসৰ্গত ১২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে৷

জিলা প্ৰশাসনৰ তথ্য মতে ক’ৰোনাৰ প্ৰথম ঢৌত বিগত ২০২০ বৰ্ষৰ ১২ আগষ্টৰ পৰা ৩১ ডিচেম্বৰলৈকে জিলাখনত ৮ গৰাকী ব্যক্তিৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত ব্যক্তিসকলৰ ভিতৰত ৭ গৰাকী পুৰুষ আৰু এগৰাকী মহিলা আছিল৷

Apply Now

আনহাতে ক’ৰোনাৰ প্ৰথম ঢৌত বিগত ২০২০ বৰ্ষৰ ১২ আগষ্টৰ পৰা ২৬ ডিচেম্বৰলৈকে ক’ভিড ১৯ আৰু আন উপসৰ্গত আক্ৰান্ত হৈ আন ৩১ গৰাকী ব্যক্তিৰ মৃত্যু হয় ৷

মৃত ব্যক্তিসকলৰ ভিতৰত ২৭ গৰাকী পুৰুষ আৰু ৪ গৰাকী মহিলা আছিল ৷ ক’ৰোনাৰ প্ৰথম ঢৌত ক’ভিড ১৯ আৰু ক’ভিডৰ লগতে আন উপসৰ্গত মুঠ ৩৯  গৰাকী ব্যক্তিৰ মৃত্যু হয় ৷ মৃত ব্যক্তিসকলৰ ৩৪ গৰাকী পুৰুষ আৰু ৫ গৰাকী মহিলা আছিল ৷

ইপিনে ক’ৰোনাৰ দ্বিতীয় ঢৌত চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ পৰা ১২ জুনলৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈ ২৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে ৷ মৃত ব্যক্তিসকলৰ ভিতৰত ১৪ গৰাকী পুৰুষ আৰু ১১ গৰাকী মহিলা আছিল ৷

সেইদৰে ক’ৰোনাৰ দ্বিতীয় ঢৌত চলিত বৰ্ষৰ ২৪ এপ্ৰিলৰ পৰা ২০ জুনলৈকে ক’ভিড ১৯ আৰু আন উপসৰ্গত আক্ৰান্ত দুমাহ তিনিদিনীয়া বয়সৰ এটি শিশুকে ধৰি মুঠ ৬১ গৰাকী ব্যক্তিৰ মৃত্যু হয় ৷

মৃত ব্যক্তিসকলৰ ভিতৰত ৫২ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলা আছিল ৷ জিলাখনত ক’ৰোনাৰ দ্বিতীয় ঢৌত ক’ভিড ১৯ আৰু আন উপসৰ্গত ভুগি মুঠ ৮৬ গৰাকী ব্যক্তিৰ মত্যু হৈছে ৷ ইয়াৰ ভিতৰত ৬৬ গৰাকী পুৰুষ আৰু ২০ গৰাকী মহিলা ৷

উল্লেখ্য যে জিলাখনত  ক’ৰোনাৰ সংক্ৰমণৰ হাৰ পূৰ্বতকৈ কিছু হ্ৰাস পাইছে যদিও প্ৰতিদিনে নতুন নতুন ব্যক্তি আক্ৰান্ত হৈয়ে আছে ৷ জিলাখনত শুকুৰবাৰৰ দিনটোত নতুনকৈ  ৪৮ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ১২১ জন আছে  ৷

ইয়াৰ ভিতৰত ৭৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪২ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷ সেইদৰে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৪৬ জনকৈ ৰোগী ৷

জিলাখনত শুকুৰবাৰে মুঠ ৬,০৭৬ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৯৩৮ জন হৈছে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd