• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ কেলেংকাৰি : এইবাৰ দালাল চক্ৰৰ বিৰুদ্ধে চলিছে অভিযান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 7, 2018 2:19 pm

2 min read

550250-apsc
76
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ তদন্ত কৰি থকা আৰক্ষী গোটে এইবাৰ এই কেলেংকাৰিটোত মধ্যস্থতাকাৰী দালালৰ বিৰুদ্ধে অভিযান চলোৱাৰ প্ৰস্তুতি চলাইছে।

জানিব পৰামতে অচিৰেই এই কেলেংকাৰিত দালালৰ ভূমিকাৰে চাকৰি কিনা আৰু বেচা পক্ষকেইটাক সহায় কৰা কেইবাজনো ব্যক্তিৰ তালিকা ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে সাজু কৰিছে।

উল্লেখযোগ্য যে চাঞ্চল্যৰ সৃষ্টি কৰা এ পি এছ চিৰ কেলেংকাৰিত ইতিপূৰ্বে দুই ডজনৰো অধিক বিষয়া গ্ৰেপ্তাৰ হোৱাৰ লগতে ইয়াৰ মূল হোতা তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালো বৰ্তমান এই কেলেংকাৰিত অভিযুক্ত হৈ জেইলত আছে।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে, অসম লোকসেৱা আয়োগৰ চাকৰি লোৱা আৰু দিয়া পক্ষকেইটাৰ মাজত টকা-পাইচাৰ লেনদেনত ভূমিকা লোৱা তথা চাকৰি কিনা প্ৰাৰ্থী যোগাৰ কৰা, আদি ভূমিকাত থকা অতি কমেও ১০জন ব্যক্তিৰ বিষয়ে আৰক্ষী অৱগত হৈছে। ইয়াৰে দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৬জনৰ সন্ধানত আছে। ইয়াৰে ৪জনক ইতিমধ্যে পলাতক ঘোষণা কৰা হৈছে।

সূত্ৰটোৱে জনোৱামতে এই দালালকেইজনৰ মাজেৰেই প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল, তেওঁৰ এই কেলেংকাৰিৰ সহযোগী বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানে ধন সংগ্ৰহ কৰিছিল। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দালালকেইজনে প্ৰাৰম্ভিক পৰীক্ষাৰ পূৰ্বেই লক্ষ্য প্ৰাৰ্থীসকলৰ সৈতে যোগাযোগ কৰিছিল। সন্মত হোৱা প্ৰাৰ্থীৰ পৰা কিস্তি হিচাপত ধন উঠাইছিল এওঁলোকে।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd