• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজামুদ্দিন মাৰ্কাজত অংশলোৱা ১৩ গৰাকী বাংলাদেশী দুগৰাকী অসমৰ লোকক মুম্বাইত উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2020 3:33 pm

1 min read

Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

2.4k
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা তেৰ গৰাকী বাংলাদেশী আৰু দুই গৰাকী অসমৰ লোকক মুম্বাইৰ থানেত আটক কৰি হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে বুলি বুধবাৰে মুম্বাৰ ডিচিপি সুভাষ ব্ৰুছে জনায়।

‘‘মুম্বাইৰ থানেলৈ অহা তেৰ গৰাকী বাংলাদেশী আৰু দুগৰাকী অসমৰ লোকক আটক কৰি হোম কোৱাৰেণ্টাইনত ৰখা হৈছে,’’ ব্ৰুছে কয়।

থানেত হোম কোৱাৰেণ্টাইনত ৰখা আটাইকেইগৰাকী ব্যক্তিৰ পৰীক্ষাৰ ফলাফল আজি আহিব আৰু ইয়াৰ পাছতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দেশত ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে আৰু ইয়াৰ ভিতৰত শেহতীয়াভাৱে পজিটিভ হোৱা অধিকাংশ লোকে দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত অংশগ্ৰহণ কৰা।

কেন্দ্ৰ চৰকাৰে বুধবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত অংশগ্ৰহণ কৰা সকলো লোকক শীঘ্ৰেই চিনাক্ত কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে।

আনহাতে, মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা বিদেশী লোকসকলে ভিজাৰ নীতি-নিৰ্দেশনা সমূহ উলংঘন কৰিছে যাৰ বাবে কেন্দ্ৰ চৰকাৰে এই সকল লোকৰ ভিছা নিষিদ্ধ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Recent News

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

ajit

চীনৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাললৈ ফোন মাৰ্কিন নিৰাপত্তা উপদেষ্টাৰ

DEEP

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd