• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত নতুনকৈ ১৩৭১ ক’ভিড আক্ৰান্ত, হ্ৰাস পাইছে পজিটিভৰ হাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 28, 2020 10:41 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

374
VIEWS
Share on FacebookShare on Twitter

অসমত যোৱা ২৪ ঘণ্টাত ২২,৮৭৬ ক’ভিড টেষ্টৰ ভিতৰত ১৩৭১ গৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে কামৰূপ মেট্ৰৰ ২৯৫ গৰাকী আৰু কামৰূপ গ্রাম্যৰ ২২১ গৰাকী আক্ৰান্ত হৈছে।

ৰাজ্যত ক’ভিড পজিটিভৰ হাৰ ৫.৯ শতাংশলৈ হ্ৰাস পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

?Alert ~ 1371 new #COVID cases detected in Assam out of 22876 tests done in last 24 hrs. Positivity rate continues to be low at 5.9%.

Max~ Kamrup (M) – 295, Kamrup (R)- 221

↗️Total cases 34947
↗️Recovered 25402
↗️Active cases 9454
↗️Deaths 88

10 PM, July 28#AssamCovidCount pic.twitter.com/CppE2CetB3

— Himanta Biswa Sarma (@himantabiswa) July 28, 2020

কালিৰ দিনটোত ২১,৭৪২ টেষ্টৰ ভিতৰত মাত্ৰ ১৩৪৮গৰাকী কোভিড-১৯ পজিটিভ হৈছিল। ইয়াৰে গুৱাহাটীৰ ১৫৫ গৰাকী আক্ৰান্ত হৈছিল।

কালিৰ টেষ্ট কৰাৰ তুলনাত পজিটিভৰ হাৰ আছিল ৬.১৯ শতাংশ।

দেওবাৰৰ দিনটোতো ২০৫৪২ টেষ্টৰ ভিতৰত ১১৪২ গৰাকী কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল।

ইয়াৰে গুৱাহাটীৰ ১৭১ গৰাকী, কামৰূপৰ ১৮৮ গৰাকী আৰু দৰঙৰ ১০০ গৰাকী আক্ৰান্ত হৈছিল।

ইয়াকে লৈ ৰাজ্যত ৩৪,৯৪৭ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

ইয়াৰে ২৫,৪০২ গৰাকী সুস্থ হৈ চিকিৎসালয়ৰ পৰা গৃহলৈ ওভতাৰ লগতে ৯৪৫৪ গৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে।

ৰাজ্যত কোভিড আক্ৰান্ত হৈ ৮৮ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে।

Tags: COVID-19

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd