• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত এন আৰ চি হ’লে বাদ পৰিব ১৪ কোটি হিন্দু নাগৰিকৰ নাম: প্ৰবীণ টোগাড়িয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2020 3:59 pm
pravin-togadia-muslim-statement

আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ টোগাড়িয়া। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) হ’লে ১৪ কোটি হিন্দু নাগৰিক বাদ পৰিব। আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ টোগাড়িয়াৰ মন্তব্য এয়া।

দেশ জুৰি এন আৰ চি কাৰ্যকৰী কৰাৰ গৃহ মন্ত্ৰীৰ বক্তৱ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰে।

Apply Now

উক্ত আইনখনৰ জৰিয়তে চৰকাৰে চুবুৰীয়া তিনিখন দেশৰ ধৰ্মীয় নিৰ্যাতনৰ বলি সংখ্যালঘু লোকক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে।

কেন্দ্ৰৰ এই আইনখনৰ বিৰুদ্ধে সমগ্ৰ দেশ প্ৰতিবাদত উত্তাল হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে এই আইনখন আনি হিন্দুত্ববাদীসকলৰ সমৰ্থন লাভ কৰিব বুলি আশা কৰিছিল।

পিচে, কেন্দ্ৰীয় চৰকাৰৰ এই আশাত চেঁচা পানী ঢালিলে প্ৰবল হিন্দুত্ববাদী নেতা প্ৰবীণ টোগাড়িয়াই।

টোগাড়িয়াই স্পষ্ট কৰি কৈছে যে দেশৰ নাগৰিকৰ তালিকাত হিন্দু নাগৰিকো বাদ পৰিব পাৰে। বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীৰ এনে মন্তব্যত শলঠেকত পৰিছে কেন্দ্ৰীয় চৰকাৰ।

টোগাড়িয়াৰ মন্তব্যৰ শাণত বিদ্ধ হোৱাৰ পথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যুটী।

বিশ্ব হিন্দু পৰিষদৰ প্ৰগল্ভ নেতাগৰাকীয়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ লগতে এন আৰ চি তথা চি এ এৰ বিৰুদ্ধে সংঘটিত হৈ থকা নিৰৱিচ্ছিন্ন প্ৰতিবাদী আন্দোলনৰ বাবেও চৰকাৰকে দোষাৰোপ কৰে।

উত্তৰ প্ৰদেশৰ মীৰাটৰ এখন হাস্পাতালত অলপতে সাংবাদিকৰ সৈতে হোৱা মত বিনিময় সভাত টোগাড়িয়াই অসমৰ এন আৰ চিৰ প্ৰসংগ টানি আনি কয়,’’ইয়াত ৪৫ লাখ বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। কিন্তু ১৫ লাখ ভাৰতীয় নাগৰিকৰ নাম তালিকাৰ পৰা বাদ পৰিছে।‘’

তদুপৰি, তেওঁ কয়,’’একেধৰণে দেশ জুৰি এন আৰ চি হ’লে তালিকাৰ পৰা ১৪ কোটি হিন্দুৰ নাম বাদ পৰিব।‘’

বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে লগতে ৰাম মন্দিৰ সন্দৰ্ভতো মোদী –শ্বাহক আক্ৰমণৰ লক্ষ্য কৰি লয়।

তেওঁ কয়,‘’নৰেন্দ্ৰ মোদী কৰসেৱক আছিল নে তেওঁ কেতিয়াবা অযোধ্যাৰ পক্ষে প্ৰচাৰ চলাইছিল। তেনেহ’লে ৰাম মন্দিৰক লৈ তেওঁক কৃতিত্ব দিয়া হ’ব কিয়?’’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd