• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনেৰ ছেনিটাইজাৰ প্ৰস্তুত কৰা উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড,কমেও ১৪ জনৰ মৃত্যু

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2021 9:20 pm
aq
303
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকই বিৰাজ কৰা দেশত প্ৰতিদিনে বহু লোকৰ প্ৰাণ মাৰাত্মক ভাইৰাছ বিধে কাঢ়ি নিয়াৰ সময়তে আজি সন্ধিয়াৰ ভাগত পুনেত সংঘটিত হয় এক শোকাৱহ ঘটনা।

মহাৰাষ্ট্ৰ পুনেত থকা এটা ছেনিটাইজাৰ প্ৰস্তুত কৰা উদ্যোগত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ ফলত কমেও ১৪ জন লোক নিহত হোৱাৰ কবৰ পোৱা গৈছে।

নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে পুনেৰ ঘটাৱাৰে ফাটা নামৰ ্ঞ্চলটোত থকা এছভিএছ একুৱা টেকন’লজি নামৰ কাৰখানাটোত হঠাতে জুই লাগে।

ফলত ক’লা ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চলটো।ছেনিটাইজাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা এলক’হল বিয়পি পৰাৰ ফলত জুইৰ প্ৰকোপ অধিক বৃদ্ধি পায়। অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰকাৰীৰ দলে ১৪ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এতিয়াও বহু শ্ৰমিক সন্ধানহীন হৈ থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।বাতৰি লিখা পৰলৈকে কাৰখানাটোত লগা জুই অগ্নিনিৰ্ব্পক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনিব পৰা নাই।

অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন গাড়ীয়ে যুদ্ধকালীন তৎপৰতাৰে জুই নুমাবলৈ চেষ্টা চলাই গৈছে। এতিয়ালৈকে আহত অৱস্থাত ৩৭ জন কৰ্মচাৰীক উদ্ধাৰ কৰা হৈছে।

তেওঁলোকৰ প্ৰায় ভাগৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এতিয়াও ১৭ জন কৰ্মচাৰী সন্ধানহীন হৈ আছে। কাৰখানাটোত জুই লগাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd