• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমাক বলিৰ পঠা সজোৱা হৈছে’, চৰকাৰক দোষাৰোপ কৰি ১৪ গৰাকী চিকিৎসকৰ পদত্যাগ,ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 4:57 pm
dov
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ৰাজ্যত এতিয়া কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। দিল্লী, উত্তৰ প্ৰদেশ আদি ৰাজ্যত এতিয়া পৰিস্থিতি বৰ্ণনাতীত হৈ পৰিছে।

উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত এতিয়া জ্বলিছে গণ চিতা।নদীৰে উটি আহিছে শ শ লোকৰ মৃতদেহ।

Apply Now

এনে পৰিস্থিতিত দিশহাৰ হৈ পৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনথ নেতৃত্বাধীন চৰকাৰ।

কোভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া যোগী আদিত্যনাথৰ চৰকাৰে ৰাজ্য খনৰ একাংশ চিকিৎসকক বলিৰ পঠা সজোৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে।

একাংশ চিকিৎসকৰ বাবেই ৰাজ্য খনত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি চৰকাৰে আওপাকে প্ৰচাৰ চলোৱাৰ পিছতে আজি উত্তৰ প্ৰদেশৰ ১৪ গৰাকী চিকিৎসকে সমূহীয়াকৈ পদত্যাগ পত্ৰ দাখিল কৰিছে।

উত্তৰ প্ৰদেশৰ উন্নাওৰ চিকিৎসক কেইজনে আজি আনুষ্ঠানিক ভাবে পদত্যাপত্ৰ দাখিল কৰিছে।

চিকিৎসকসকলে অভিযোগ কৰা অনুসৰি তেওঁলোকে পুৱাৰে পৰা নিশালৈকে কোভিড ৰোগীৰ চিকিৎসাতে ব্যস্ত থকাৰ পিছতো চৰকাৰে তেওঁলোকে কোনো কাম নকৰাৰ অভিযোগ কৰি আহিছে।

গোটেই দিনটো কোভিড ৰোগীৰ চিকিৎসাত ব্যস্ত হৈ থকাৰ পিছত প্ৰতি সন্ধিয়া তেওঁলোকক উচ্চপদস্থ বিষয়াই বৈঠক থকা বুলি মাতি পঠিয়ায়।

কোনো চিকিৎসক বৈঠক অনুষ্ঠিত হোৱা স্থানৰ পৰা ৩০ কিলোমিটাৰ দূৰত থাকিলেও তেওঁলোকে তৰানৰা চিগি বৈঠকলৈ আহিবলগীয়া হয়।

বৈঠকত চিকিৎসকসকলক প্ৰশংসা কৰাৰ সলনি তেওঁলোকক তিৰস্কাৰহে কৰা হয়। চিকিৎসকসকলৰ বাবেই ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি বুজাব খোজা হয়।

চৰকাৰৰ এনে ষড়যন্ত্ৰৰ প্ৰতিবাদ কৰিয়েই চিকিৎসক সকলে পদত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইপিনে ক’ৰ’নাতংকৰ সময়তে ১৪ গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am
৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

মৰ্মান্তিক! জনপ্ৰিয় মেকআপ আৰ্টিষ্ট তথা ইনফ্লুৱেন্সাৰক ৰাজহুৱা স্থানত গুলীয়াই হত্যা

October 4, 2026 7:59 am
চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

চিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীলৈ গৈ অসুস্থ, চিকিৎসালয়ত কৰুণ মৃত্যু ৭৫ বছৰীয়া বৃদ্ধৰ

October 4, 2026 7:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd