• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ! মৃত্যুদণ্ড বিহা হ’ল ১৪জনকৈ ইছলামিক উগ্ৰবাদীক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2021 9:03 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত ১৪জন ইছলামিক উগ্ৰবাদীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়।

মঙলবাৰে এখন বাংলাদেশৰ আদালতে এই ৰায়প্ৰদান কৰে।

Apply Now

উগ্ৰবাদীকেইজনে ২০০০ চনত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক এখন নিৰ্বাচনী ৰেলীত হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

ঢাকা স্পীডি ত্ৰায়েল ত্ৰিবুনেল-১য়ে এএই প্ৰদান কৰা এই ৰায়দানত ৯জন অভিযুক্ত উগ্ৰবাদীহে উপস্থিত থাকে।

বাকী পাঁচজন অভিযুক্ত বৰ্তমানলৈকে ধৃত অৱস্থাতে আছে।

ৰায় প্ৰদান কৰি ন্যায়াধীশসকলে কয় যে এইধৰণৰ মৃ্ত্যুদণ্ডৰ উদাহৰণে দেশখনৰ ইছলামিক উগ্ৰবাদক প্ৰশমিত কৰিব পৰা যাব।

উল্লেখযোগ্য যে উগ্ৰবাদীকেইজন নিষিদ্ধঘোষিত সংগঠন হাৰকাটুল জিহাদ বাংলাদেশ (হুজি-বি)ৰ সদস্য আছিল।

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে মৃত্যুদণ্ডৰ ৰায়সমূহ পৰীক্ষা কৰি চোৱাৰ পাছতে শাৰী পাতি তেওঁলোকক ফাঁচী দিয়া হ’ব।

অভিযুক্ত উগ্ৰবাদীকেইজনক তেওঁলোকৰ আৰ্জি দাখিলৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।

আদালতে কয় যে অভিযুক্তকেইজনে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আৰু আৱামী লীগৰ কৰ্মীসকলক হত্যা কৰি দেশখনৰ গণতান্ত্ৰিক চৰকাৰখনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

বাংলাদেশৰ মুক্তি যুদ্ধৰ ঘোৰ বিৰোধী এই ইছলামিক উগ্ৰবাদীসকলে ১৯৭১ চনৰ পৰা এনেধৰণৰ ষড়যন্ত্ৰসমূহ হাতত লৈ আহিছে, আদালতে কয়।

উল্লেখযোগ্য যে এই উগ্ৰবাদীসকলেই শ্বেখ হাছিনাৰ পিতৃ তথা বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানক ১৯৭৫ চনত হত্যা কৰিছিল।

অভিযুক্ত উগ্ৰবাদীকেইজনে শ্বেখ হাছিনাক হত্যা কৰিবলৈ ৭৬ কিলোগ্ৰাম উজনৰ উচ্চ ক্ষমতাসম্পন্ন এটা ব’ম্ব মাটিৰ তলত পুতি থৈছিল।

ঘটনাটো সংঘটিত হৈছিল ২০০০ চনৰ জুলাইত, হাছিনাৰ গোপালগঞ্জ জিলাৰ গৃহসমষ্টি কটালিপাৰাত।

উক্ত ঠাইত সেইদিনা তেওঁৰ নিৰ্বাচনী ৰেলীত অংশ লোৱাৰ কথা আছিল।

কিন্তু সুৰক্ষা বাহিনীয়ে তেওঁৰ হেলিকপ্টাৰ মাটিত নমাৰ আগতেই ব’ম্বটোৰ সন্ধান লাভ কৰে।

কিছুদিনৰ পাছতে, কাষতে আৰু এটা ৪০ কিলোগ্ৰামৰ ব’ম্ব লাভ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনতো দেশখনৰ ১০ জন উগ্ৰবাদীক মৃত্যুদণ্ড বিহা হৈছিল আৰু ৯ জনক বিশ বছৰৰ বাবে কাৰাবন্দী কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd