• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কালিকা লগা দেওবাৰ! বাছ-ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষত নিহত ১৪ তীৰ্থযাত্ৰী, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 3:59 pm

1 min read

a acci
236
VIEWS
Share on FacebookShare on Twitter

আজিৰ দিনটো যেন এটা  কালিকা লগা দিনহে। অসমৰ বাক্সাকে ধৰি কেইবা ঠাইতো ভয়ংকৰ পথ দুৰ্ঘটনাই বহু কেই জন লোকৰ প্ৰাণ কাঢ়ি নিটাৰ লগতে অন্ধ্ৰপ্ৰদেশতো সংঘটিত হৈছে আন এক শোকাৱহ দুৰ্ঘটনা।

অন্ধ্ৰপ্ৰদেশৰ কাৰ্নলৰ সমীপৱৰ্তী মাধাপুৰমত আজি পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মাধাপুৰমৰ ৰাজপথত এখন যাত্ৰীবাহী বছৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা আন এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লগাৰ ফলত ১৪ গৰাকী যাত্ৰীৰ মৃত্যু ঘটে।

নিহতসকলৰ মাজত ৮ গৰাকী মহিলা আৰু শিশুও আছে।এই দুৰ্ঘটনাটোত আন ১০ গৰাকী যাত্ৰী আহত হৈছে। আহত যাত্ৰীসকলক মাধাপুৰমৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কাৰ্নল জিলাৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে নিহতসকলৰ আটাইকেইজনেই চিটোৰ জিলাৰ মাদেনপল্লীৰ বাসিন্দা আছিল। কেইবাজনো আহত যাত্ৰীক কাৰ্নললৈ উন্নত চিকিৎসাৰ বাবে নিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে বাছ খনত থকা যাত্ৰীসকলে আজমেৰ দৰগাহ দৰ্শৰ উদ্দেশ্যে গৈ আছিল।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।

উল্লেখ্য দুদিন পূৰ্বেও অন্ধ্ৰপ্ৰদেশত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ এখন এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৮ জন যাত্ৰীৰ মৃত্যু ঘটিছিল।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd