• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কোভিড চেন্টাৰৰ ভিতৰতে ৰোগীয়ে বলাৎকাৰ কৰিলে ১৪ বছৰীয়া কিশোৰীক, দুজনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 25, 2020 3:33 pm

1 min read

delhi-sardar-patel-covid
4.1k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’ণাৰ আতংকই খেদি ফুৰা দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰ সমূহ মহিলা-যুৱতীৰ বাবে মুঠেও নিৰাপদ নহয়।

সেই কথাৰ প্ৰমাণ বাৰে বাৰে পোৱা গৈছে।

কোভিড কেয়াৰ চেন্টাৰত ইতিমধ্যে বহু মহিলা-যুৱতীৰ সতীত্ব নাশ হৈছে।

শেহতীয়াকৈ দিল্লীৰ দক্ষিণ অঞ্চলৰ চাটাৰপুৰত  স্থাপন কৰা দেশৰ ভিতৰতে সৰ্ববৃহৎ চৰ্দাৰ পেটেল কোভিড কেয়াৰ চেন্টাৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীক আন এজন ৰোগীয়ে বলাৎকাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চৰ্দাৰ পেটেল কোভিড কেয়াৰ চেন্টাৰত থকা এজন ১৯ বছৰীয়া ৰোগীয়ে ১৪ বছৰীয়া কোভিড আক্ৰান্ত কিশোৰী গৰাকীক বলাৎকাৰ কৰে।

এই কাৰ্যত বলাৎকাৰী জনক সহায় কৰে আন এজন ৰোগীয়ে।

বলাৎকাৰী যুৱক জনে কিশোৰী গৰাকীক বলাৎকাৰ কৰাৰ উপৰি সেই ঘটনাৰ সমগ্ৰ দৃশ্য মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি থয়।

ঘটনাৰ বিষয়ে কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছতে পৰিয়ালে চাটাৰপুৰৰ থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে তদন্ত চলাই অপৰাধী যুৱক জনৰ লগতে তেওঁক সহায় কৰা আন জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

সম্প্ৰতি কিশোৰী গৰাকীক আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd