• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপত খহনীয়া : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই নগাঁৱত ১৫ জনৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 10:25 am
465882-agp-flags700

প্রতিনিধিত্বমূলক ফটো

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি-অগপৰ মিত্ৰতাক লৈ অসন্তুষ্ট হোৱাৰ লগতে দলটোৰ আভ্যন্তৰীণ পৰিস্থিতিত বিতুষ্ট হৈ পৰা নগাঁৱৰ একাংশ অগপ নেতা-কৰ্মীয়ে শুকুৰবাৰে পদত্যাগ কৰে। অগপৰ জন্মলগ্নৰে পৰা দলটোৰ সৈতে জড়িত এই নেতা-কৰ্মীৰ পদত্যাগে স্বাভাৱিকতে দলটোৰ ভিতৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ জিলাত অগপত সৃষ্টি হোৱা খহনীয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিগত কিছুদিন ধৰি দলটোত প্ৰফুল্ল মহন্তক একাষৰীয়া কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ বাতৰিৰ মাজতে এইদৰে একেলগে ১৫ জন নেতা-কৰ্মীৰ পদত্যাগে বিশেষ তাৎপৰ্য বহন কৰিছে।

Apply Now

দলটোৰ পৰা পদত্যাগ কৰি জন্মলগ্নৰে পৰা অগপৰ সৈতে জড়িত নেতা-কৰ্মীসকলে অগপৰ নগাঁও জিলা সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁলোকে দলটোৰ শেহতীয়া কাৰ্যকলাপ, নতুন প্ৰজন্মক আকৰ্ষণ কৰাত ব্যৰ্থতা আৰু জাতীয় সমস্যাৰ প্ৰতি অনীহা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে।

পদত্যাগী নেতা-কৰ্মীসকলে সামাজিকভাৱে ৰাইজৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হোৱাৰ কথা উল্লেখ কৰি লিখিছে যে বিভিন্ন সময়ত সংশ্লিষ্ট পক্ষক অৱগত কৰাৰ পাছতো তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

তদুপৰি, লোকসভা নিৰ্বাচনত মিত্ৰতাৰ সম্পৰ্কত অগপৰ জিলা সমিতিৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰা স্ব-বিৰোধী স্থিতিয়ে নিষ্ঠাৱান কৰ্মীসকলক ৰাইজৰ ওচৰত লজ্জানত কৰা বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। এইবোৰ কাৰণতে জন্মলগ্নৰে পৰা অগপৰ সৈতে জড়িত এই নেতা-কৰ্মীসকলে দলৰ পৰা পদত্যাগ কৰা বুলি স্পষ্ট কৰি দিয়ে।

অগপৰ পৰা পদত্যাগ কৰা নেতা-কৰ্মীসকলৰ ভিতৰত আছে নগাঁও জিলা অগপৰ উপ সভাপতিদ্বয় ক্ৰমে ৰুদ্ৰ শইকীয়া আৰু জয়ন্ত কুমাৰ শৰ্মা, সহকাৰী সম্পাদক প্ৰতাপ শৰ্মা, কাৰ্যালয় সম্পাদক গোলাপ শইকীয়া, সদস্য তপন বৰা, সত্যজিৎ বৰা, পুষ্পেন্দ্ৰ গায়ন, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি প্ৰমোদ কুমাৰ বৰা, কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ মেধি, অগপৰ কেন্দ্ৰীয় পৰিষদৰ সদস্য সীমান্ত দাস, সঞ্জীৱ বৰাৰ লগতে আঞ্চলিক পৰ্যায়ৰ নেতা শিৰোমনি শইকীয়া, মাধব চন্দ্ৰ দাস, সঞ্জীৱ শইকীয়া আৰু বিমল চন্দ্ৰ বৰা।

অগপৰ পৰা পদত্যাগ কৰা এই নেতাসকলে পৰৱৰ্তী পৰ্যায়ত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সদৰী কৰা নাই যদিও ইয়াৰ দুজনমানে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd