• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৫ লাখ টকাত বিক্ৰী হ’ল ১৫ টাকৈ কেঁচুৱা! আৰক্ষীৰ জালত পৰিল শিশু সৰবৰাহকাৰীৰ গেং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2025 8:30 pm
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নৱজাতক শিশুক চুৰি কৰি হায়দৰাবাদলৈ আনি এক বৃহৎ ব্যৱসায় চলাই থকা এটা সংগঠিত চক্ৰক শেহতীয়াকৈ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে। এই গেংটোৱে প্ৰতিটো শিশুৰ মূল্য ১৫ লাখ টকালৈকে নিৰ্ধাৰণ কৰিছিল আৰু ইতিমধ্যে তেওঁলোকে ১৫ টাকৈ কেঁচুৱা বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। হায়দৰাবাদ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা শিশুৰ সন্ধানত অভিযান চলাই এই চক্ৰটোৰ কেইবাজনো সৰবৰাহকাৰীক আটক কৰিছে। মাধোপুৰৰ ডিচিপি ৰিথিৰাজে জনোৱা মতে উদ্ধাৰ হোৱা আৰু বিক্ৰী হোৱা এই কেঁচুৱাবোৰৰ বয়স মাত্ৰ কেইদিনমানহে আছিল। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন ৰাজ্যত অপৰাধমূলক গোচৰ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ তদন্তত ওলাই পৰা অনুসৰি এই সৰবৰাহকাৰী গেংটোৱে আহমেদাবাদকে ধৰি দেশৰ বিভিন্ন চহৰৰ চিকিৎসালয়ত নিজৰ নেটৱৰ্ক গঢ়ি তুলিছিল। তাত তেওঁলোকৰ এজেণ্টসকলে চিকিৎসালয়ৰ পৰা সুযোগ বুজি শিশু চুৰি কৰাৰ কাম কৰিছিল। এই চক্ৰটোৱে মূলতঃ দৰিদ্ৰ পৰিয়ালৰ দম্পতীক লক্ষ্য কৰি লৈছিল যাতে তেওঁলোকৰ সন্তান চুৰি কৰিলে সহজে ধৰা নপৰে। চিকিৎসালয়ৰ পৰা শিশুকেইটা চুৰি কৰাৰ পাছত অতি গোপনীয়ভাৱে হায়দৰাবাদলৈ লৈ অহা হৈছিল আৰু তাৰ পাছত সন্তানহীন ধনী পৰিয়াল বিচাৰি উলিয়াই লাখ লাখ টকাত সেই কেঁচুৱাবোৰ বিক্ৰী কৰি দিছিল।

Apply Now

এই ভয়ংকৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে ১২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী বিষয়াসকলে সন্দেহ কৰিছে যে চিকিৎসালয়ৰ ভিতৰৰ কোনো কৰ্মচাৰী বা চিকিৎসৰ সহায় নোহোৱাকৈ ইমান ডাঙৰ চক্ৰ এটা চলোৱাটো সম্ভৱ নহয়। সেইবাবেই আৰক্ষীয়ে বৰ্তমান ৮ খনকৈ চিকিৎসালয়ক নিৰীক্ষণত ৰাখিছে আৰু সেই চিকিৎসালয়সমূহৰ কৰ্মচাৰী তথা চিকিৎসকৰ বেংক একাউণ্ট পৰীক্ষা কৰা আৰম্ভ কৰিছে। যিকোনো বৃহৎ লেনদেনৰ তথ্য পালেই আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে।

আৰক্ষীৰ অভিযানৰ সময়ত বৰ্তমানলৈকে দুটা শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক বৰ্তমান চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। এই শিশু দুটিৰ আচল পিতৃ-মাতাক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছে। লগতে যি ১৩ টা কেঁচুৱা ইতিমধ্যে বিক্ৰী কৰা হৈছিল সেইবোৰ ক’ত আছে আৰু কাৰ ওচৰত আছে সেই সন্দৰ্ভতো ধৃত অপৰাধীসকলক সোধা-পোছা কৰি থকা হৈছে। সমগ্ৰ দেশজুৰি নেটৱৰ্ক থকা এই চক্ৰটোৰ আন সদস্যসকলক ধৰিবলৈ আৰক্ষীয়ে বিভিন্ন স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd