• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় by অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
December 1, 2023 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা বছৰ অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনা কৰিবলৈ বৃহস্পতিবাৰে ডিব্ৰুগড়ত ৰাজ্যখনৰ ১৫টা বিৰোধী দলৰ ২ দিনীয়া সন্মিলন আৰম্ভ হৈছে।

গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে এই বৈঠকত অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ উমৈহতীয়া নূন্যতম কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হ’ব।

অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ বাবে এক উমৈহতীয়া নূন্যতম কাৰ্যসূচী চূড়ান্ত কৰাৰ বাবে বৃহস্পতিবাৰৰ বৈঠকত অংশগ্ৰহণ কৰে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল-অসম, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, এনচিপি, চিপিআই, চিপিআই (এম), চিপিআই (এমএল),আৰজেডি, জনতা দল (ইউনাইটেড), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স, আৰু শিৱসেনাই।

Apply Now

লগতে পঢ়কঃ আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স (I.N.D.I.A)ৰ লগত সংগতি ৰাখি ইয়াৰ পূৰ্বে সন্মিলিত বিৰোধী ঐক্যমঞ্চ, অসম গঠন কৰা হৈছিল।

সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনৰ উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰ চূড়ান্ত ৰূপৰেখা আমাৰ বৈঠকত চূড়ান্ত কৰা হ’ব। কমন মিনিমাম প্ৰগ্ৰেমত অসমৰ প্ৰধান বিষয়সমূহ সন্নিবিষ্ট কৰা হ’ব, যিটো নিৰ্বাচনৰ প্ৰধান এজেণ্ডাও হ’ব।’

অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে কয়, ‘অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালকেন্দ্ৰিক চৰকাৰ চলাই আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম-কাজত সুখী নহয় পুৰণি বিজেপি সদস্য। অসমত চৰকাৰ ক’ত? ই এক ‘জংগল ৰাজ’। বিজেপিত বৰ্তমান কোনেও সুখী নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দলটোৱে কাম কৰি আছে।’

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল: সীমিত অভাৰৰ শৃংখলাত নাই কোহলী-ৰোহিত

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহে আসন ভাগ-বতৰাৰ ব্যৱস্থা সন্দৰ্ভতো বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে।

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd