DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম-সমাজ কল্যাণ বিভাগৰ অভিযান; ১৫ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2019 9:23 am
চৰকাৰী বিষয়াৰ ঘৰত শ্ৰম-সমাজ কল্যাণ বিভাগৰ অভিযান; ১৫ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ
922
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ এজন চৰকাৰী বিষয়াৰ ঘৰত বুধাৰে অৰ্থাৎ ৮ মে’ত শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এক যৌথ অভিযান চলায়। এই অভিযান কালত ধুবুৰী গড়কাপ্তানী বিভাগৰ গৃহ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ চৰকাৰী বাসভৱনৰ পৰ এটি শিশু শ্ৰমিক তথা ১৫ বছৰীয়া কিশোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণি অনুসৰি ধুবুৰী জিলা গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযান্তা দিলীপ শৰ্মাই তেওঁৰ চৰকাৰী আৱাসত আজি কেইবামাহো ধৰি এটি ১৫ বছৰীয়া কিশোৰেক গুৱাহাটীৰ পৰা নি ৰন্ধা-বঢ়া কামত নিয়োজিত কৰিছিল। এই কথা শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগ আৰু শিশু সুৰক্ষা সমিতিয়ে জানিব পাৰি লগে লগে শৰ্মাৰ আৱাসত অভিযান চলায়।

শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষই আজি অভিযন্তা দিলিপ শৰ্মাক সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত  উপস্থিত হ’বলৈ নিৰ্দেশ দিছে।

আনহাতে চৰকাৰী বিষয়া তথা অভিযন্তা শৰ্মাই কিশোৰ গৰাকীক নিজৰ ভতিজা বুলি দাবী কৰিছে যদিও কিশোৰ গৰাকীয়ে এই কথা অস্বীকাৰ কৰিছে। এতিয়া শ্ৰম আৰু সমাজ কল্যাণ বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। আৰু ঘটনাৰ প্ৰকৃত ৰহস্য তেতিয়াহে ওলাব।

Recent News

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd