• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এটা ইনিংছত ১০ টা উইকেট দখলেৰে মেঘালয়ৰ ১৫ বছৰীয়া বলাৰৰ চমক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2019 9:53 am
nirdesh-baisoya

নিৰ্দেশ বৈশবা, উৎস-ইণ্টাৰনেট

2.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ১৬ বছৰ অনুৰ্ধৰ ক্ৰিকেট প্ৰতিযোগিতা বিজয় মাৰ্চেণ্ট ট্ৰফীত মেঘালয়ৰ স্পীনাৰ নিৰ্দেশ বৈশবাই বুধবাৰে এটা ইনিংছত ১০ উইকেট দখল কৰি অভিলেখ গঢ়িবলৈ সক্ষম হয়।

মেঘালয়ৰ স্পীনাৰ গৰাকীয়ে নাগালেণ্ডৰ বিপক্ষে এই অভিলেখ গঢ়ে।

মিৰাটত জন্মগ্ৰহণ কৰা ১৫ বছৰীয়া স্পীনাৰ নিৰ্দেশে মেঘালয়ৰ হৈ অতিথি বলাৰ হিচাপে খেলে।

বুধবাৰে নাগালেণ্ডৰ বিপক্ষে খেলখনত নিৰ্দেশে ২১ অভাৰ বলিং কৰি ৫১ ৰাণ দি ১০ টা উইকেট দখল কৰে।

অফস্পীনাৰ গৰাকীৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত নাগালেণ্ডে কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ’ল আৰু ১১৩ ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

আনহাতে, নাগালেণ্ডৰ ১১৩ ৰাণৰ প্ৰত্যুত্তৰত মেঘালয়ে দিনান্তত চাৰি উইকেটত ১০৯ ৰাণ সংগ্ৰহ কৰিছে। মেঘালয়ৰ হৈ বেটিঙতো ভাল প্ৰদৰ্শন কৰি নিৰ্দেশে ৬৮ ৰাণ কৰে।

‘‘অনিল কুম্বলে যেতিয়া এটা ইনিংছত দহটা উইকেট দখল কৰিছিল তেতিয়া মোৰ জন্ম হোৱা নাছিল। মই সৰুতে কুম্বলে ছাৰৰ অভিলেখৰ কথা শুনিছিলো আৰু নিজেও তেনেধৰণৰ কিবা এটা কৰিব বিচাৰিছিলো, কিন্তু ইমান সোনকালে সেয়া হৈ উঠিব বুলি ভবা নাছিলো,’’ উৎফুল্লিত নিৰ্দেশে কয়।

উল্লেখযোগ্য যে, বিগত বৰ্ষতৰ কোঁচবিহাৰ ট্ৰফীত মণিপুৰৰ যুৱ বেগী বলাৰ ৰেক্স সিঙে এটা ইনিংছত দহটা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

Recent News

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

ৰাছিয়াৰ ‘চোৰাংচোৱা’ ভিক্টোৰিয়া এতিয়াও ভাৰততে আছেঃ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

জাতিৰ ভিত্তিত মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰি : মাদ্ৰাজ উচ্চ ন্যায়ালয়

জাতিৰ ভিত্তিত মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰিব নোৱাৰি : মাদ্ৰাজ উচ্চ ন্যায়ালয়

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd