• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছ’চিয়েল মিডিয়াৰ বাবেই ভাঙিছে সংসাৰ: ইন্দোৰত ৪০ দিনত ১৫০হাল দম্পতীৰ বিচ্ছেদ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2025 7:30 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানা আৰু গায়ক পলাশ মুছলৰ বিবাহ বিচ্ছেদক লৈ চৰ্চা চলি থকাৰ সময়তে, ছ’চিয়েল মিডিয়াৰ প্ৰভাৱত সমগ্ৰ দেশতে বিবাহ বিচ্ছেদৰ হাৰ বৃদ্ধি পোৱাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। শুনা গৈছে যে কোৰিঅ’গ্ৰাফাৰৰ সৈতে হোৱা অন্তৰংগ আড্ডা আৰু আন এগৰাকী মহিলাৰ সৈতে হোৱা বাৰ্তালাপ ফাদিল হোৱাৰ পিছতে স্মৃতিয়ে পলাশৰ সৈতে তেওঁৰ বিবাহ বাতিল কৰিছিল। কিন্তু এই ক্ষেত্ৰত স্মৃতি অকলশৰীয়া নহয়।

বাতৰি অনুসৰি, যোৱা ৪০ দিনত কেৱল মধ্যপ্ৰদেশৰ ইন্দোৰতে ১৫০টা দম্পতীৰ বিচ্ছেদ ঘটিছে। সমগ্ৰ দেশতে এই সংখ্যা বহু বেছি হোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি, মানুহৰ মাজত যোগাযোগ সহজ কৰি তোলা ছ’চিয়েল মিডিয়াৰ শক্তিয়েই এতিয়া দেশজুৰি বিবাহ বিচ্ছেদৰ মূল কাৰণ হৈ পৰিছে।

Apply Now

সংবাদ মাধ্যম দৈনিক ভাস্কৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে মাত্ৰ ৪০ দিনতে ইন্দোৰত ১৫০ৰো অধিক বিবাহ বিচ্ছেদ হৈছে আৰু ইয়াৰ আঁৰৰ মূল কাৰণ হৈছে ছ’চিয়েল মিডিয়া। ৬২ শতাংশ ক্ষেত্ৰত, প্ৰাক্তন সম্পৰ্ক আৰু পুৰণি ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে বিবাহ বিচ্ছেদ ঘটিছে। বাকী থকা গোচৰবোৰ পৰিয়ালত হোৱা মৃত্যু/দুৰ্ঘটনা, পাৰস্পৰিক বিবাদ বা অন্যান্য অভাৱনীয় পৰিস্থিতিৰ বাবে হোৱা বুলি জনা গৈছে।

বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে হ’বলগীয়া দম্পতীৰ এজনে তেওঁৰ সংগীৰ পুৰণি পোষ্টবোৰ আৱিষ্কাৰ কৰাৰ পিছতে সমস্যাৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, প্ৰি-ৱেডিং শ্বুটিঙৰ সময়ত কইনাৰ পুৰণি পোষ্টক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল, যাৰ ফলত বিয়াখন বাতিল কৰা হয়। আন এটা ঘটনাত, প্ৰায় ১ কোটি টকাৰ বাজেটেৰে আয়োজন কৰা বিবাহ অনুষ্ঠানত সংগীতৰ পিছতেই এগৰাকী কইনা নিৰুদ্দেশ হৈছিল। পিছত গম পোৱা গৈছিল যে তেঁও আন কাৰোবাৰ লগত সম্পৰ্কত আছিল। ইয়াৰ উপৰিও, কিছুমান ক্ষেত্ৰত যৌতুকক বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে দেখা গৈছে।

এই বিবাহ বিচ্ছেদৰ ফলত হোৱা লোকচান বহু কোটি টকাৰ। হোটেল, কেটাৰ, বেণ্ড, ডেকোৰেটৰ আৰু অন্যান্য সেৱা প্ৰদানকাৰীসকল ক্ষতিগ্ৰস্ত হৈছে। ফলত বিশেষজ্ঞসকলে দাবী কৰিছে যে ছ’চিয়েল মিডিয়াই সম্পৰ্ক গঢ়াত সহায় কৰাৰ সুনাম অৰ্জন কৰিলেও, বাস্তৱত বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত এতিয়া ছ’চিয়েল মিডিয়া মূল খলনায়ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm
২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd