• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬০০ৰ দিশে অসমত ক’ভিড আৰোগ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2020 8:36 pm
COVID19: 1724 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু ৪৭গৰাকী ব্যক্তিয়ে শুকুৰবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

এইসকলক ধৰি অসমত মুঠ আৰোগ্য ব্যক্তি ১৫৮৪লৈ বৃদ্ধি পাইছে।

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ২৮, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ পৰা দহ, তেলাহী আদৰ্শ হস্পিটেলৰ পৰা ছয়, সোণাপুৰৰ জিলা চিকিৎসালয়ৰ পৰা দুই আৰু ভূৰবান্ধা আদৰ্শ চিকিৎসালয়ৰ পৰা এগৰাকী ব্যক্তিক যাবলৈ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

নমুনা পৰীক্ষাত নিগেটিভ ওলোৱাৰ পিছত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

? Discharge Alert

Delighted to share that 4⃣7⃣ more patients have been discharged

MMCH 28; Diphu MCH 10; Telahi Model Hosp 6; DH Sonapur 2; Bhurbhanda Model Hosp 1

?Total Discharged Patients – 1584
?Active Patients – 1903

8:00 PM/June 12/ Day’s total 152#AssamCovidCount pic.twitter.com/Jquc653BJ9

— Himanta Biswa Sarma (@himantabiswa) June 12, 2020

শুকুৰবাৰৰ দিনটোত এইপৰ্য্যন্ত ১৫২গৰাকী ক’ভিড মুক্ত ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

এইসকলক লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে অসমত বৰ্তমান সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১৯০৩গৰাকী।

অসমত চিনাক্ত মুঠ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩৪৯৮গৰাকী।

আঠগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু তিনিগৰাকীক স্থানান্তৰিত কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

ফেচবুকলৈ ঘূৰি আহিছে এক দশক পুৰণি জনপ্ৰিয় বৈশিষ্ট্য! নষ্টালজিয়া ঘূৰি আহিবনে?

September 7, 2025 6:30 am
ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেশ্যন ছিষ্টেম ফৰ এডুকেশ্যন প্লাছ ২০২৪-২৫ৰ প্ৰতিবেদন ! অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ…  

September 6, 2025 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am
মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

মানসিক বিষণ্ণতাত ভুগিছে পৃথিৱীৰ ১০০ কোটি মানুহ! বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উদ্বেগ

September 7, 2025 7:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd