• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

কোহিমাত আৰক্ষী আৰু গীৰ্জাৰ কৰ্মীৰ বাবে এইডছৰ প্ৰশিক্ষণৰ ওপৰত মডিউল প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2018 8:29 pm
HIV
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে কোহিমাত আইন বলৱৎকাৰী এজেঞ্চিসমূহ আৰু ফেইথ বেছড অৰ্গেনাইজেশ্যন নামৰ সংস্থাটোৰ বাবে এটা এইচ আই ভি  আৰু এইডছ প্ৰশিক্ষণ মডিউল এটা  আজি মুকলি কৰা হয়।

এইচ আই ভি আৰুএইডছৰ বিষয়ে সচেতনতা সৃষ্টি কৰা,  সজাগতাৰ সৃষ্টি কৰা আৰু দোষী সাব্যস্ত কৰা আদি বিষয়ৰ ওপৰত এই মডিউলটো তৈয়াৰ কৰা হৈছে।

Apply Now

নাগালেণ্ডৰ মুখ্য সচিব টেমজিম টয়ে কৈছে যে  এইচ আই ভি আৰু এইডছৰ বিষয়টো সজাগতা, সচেতনতা সৃষ্টি কৰা আৰু দোষী সাব্যস্ত কৰা আদিৰো আধিক।

নাগালেণ্ডৰ শীৰ্ষ আমোলাজনে পৰ্যৱেক্ষণ কৰিছে যে নতুন নতুন প্ৰত্যাহ্বান সৈতে মনোযোগ দিবলগীয়া দিশবোৰো সলনি হৈছে।

‘প্ৰথমতে  যি সকলৰ মাজত সংক্ৰমণৰ সম্ভাৱনা অধিক, যেনে  ট্ৰাক ড্ৰাইভাৰ আৰু মহিলা যৌন কৰ্মী আৰু হস্তক্ষেপকাৰী গোট  আৰক্ষীৰ ওপৰত অধিক মনোযোগ দিয়া হৈছিল। সংক্ৰমণৰ অধিক সম্ভাৱনাযুক্ত গোটসমূহৰ উপৰিও পীড়িত গোটসমূহৰ ওপৰত মনোযোগ দিয়াৰ বাবে নাগালেণ্ড ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমাজ আৰু সক্ৰিয়ভাৱে জড়িত অন্যন্য সংস্থাসমূহলৈ  টয়ে আহ্বান জনায়।

আধুনিকীকৰণ আৰু মুক্তকৰণে  এইচ আই বি আৰু এইডছৰ বিষয়ে সজাগতা অনা  সত্ত্বেও আচৰণগত পৰিৱৰ্তন নোহোৱাত তেওঁ খেদ প্ৰকাশ কৰে। তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষাৰ্থীৰ মাজতো এই বিষয়টো লৈ যোৱাৰ লগতে তেওঁলোকৰ মাজত বিষয়টোৰ সম্পৰ্কত সজাগতা আনি আচৰণগত পৰিৱৰ্তন সাধন কৰাত জোৰ দিয়ে।

নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপিন শৰ্মাই মন্তব্য কৰিছে যে এইডছক কাবু কৰাৰ বাবে আৰক্ষীৰ পালন কৰিবলগীয়া দুটা ভূমিকা আছে। এটা হৈছে প্ৰশিক্ষণ মডিউলটো গ্ৰহণ কৰা আৰু দ্বিতীয়টো হৈছে সুচলকাৰকৰ ভূমিকা।

এইডছ আক্ৰান্ত ব্যক্তিক সমাজত এতিয়াও এক ঘৃণাৰ চকুৰে চোৱাটোত সঞ্চালক প্ৰধানজনে দুখ প্ৰকাশ কৰি আইন বলৱৎকাৰী এজেঞ্জিসমূহক সেই লোকসকলৰ প্ৰতি সুৰক্ষাত্মক হ’বলৈ আহঊআন জনায়।

কৃপা ফাউণ্ডেশ্যনৰ সঞ্চালক আবউ মেৰে তেওঁৰ উদ্বোধনী ভাষণত মন্তব্য কৰিছে যে এই কৰ্যসূচীয়ে আৰক্ষী আৰু গীৰ্জাৰ কৰ্মীসকলক সামূহিকভাৱে এইডছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা প্ৰদান কৰাৰ লগতে আক্ৰান্তৰ প্ৰতি ঘৃণা আৰু আচুতীয়া ভাব আঁতৰ কৰাত সহায়ক হ’ব। তেওঁ আশা প্ৰকাশ কৰে যে মডিউলটোৱে এইডছ মহামাৰীক বুজি পোৱা আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাত সহায় কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd