DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পাষণ্ড পিতৃ : পিতৃৰ ধৰ্ষণত গৰ্ভৱতী ১৬ বছৰীয়া কন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2023 1:52 pm
2.9k
VIEWS
Share on FacebookShare on Twitter

খোদ পিতৃয়েই নিজৰ নাবালিকা কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৪৭ বছৰীয়া পিতৃয়ে এবছৰ ধৰি নিজৰ ১৬ বছৰীয়া কন্যাক ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে। আনকি পিতৃৰ ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকী গৰ্ভৱতী বুলিও জানিব পৰা গৈছে। 

আনকি কিশোৰীগৰাকী গৰ্ভৱতী হোৱাৰ পিছতহে পৰিয়ালটোৱে এই নিৰ্যাতনৰ কথা জানিব পাৰিছে। ইয়াৰ পিছতে থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। 

উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে অভিযুক্ত পিতৃ পেছাত ট্ৰাক চালক। পত্নীৰ লগত কাজিয়া হোৱাৰ পৰাই তেওঁ নিজৰে দুই কন্যা সন্তানৰ সৈতে পৃথককৈ থাকিবলৈ আৰম্ভ কৰিছিল। 

অভিযোগ অনুসৰি এবছৰতকৈ অধিক সময় তেওঁ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল।

নাবালিকা গৰাকী গৰ্ভৱতী হোৱাৰ কথা জানি পেহীয়েকে দাবী ধমকি দি কথাটো সোধাতহে তাই পিতৃয়ে ধৰ্ষণ কৰাৰ কথা অৱগত কৰে। 

ইয়াৰ পিছত নাবালিকাৰ পিতৃ তথা অভিযুক্তৰ ভগ্নীয়ে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আৰু POCSO আইনৰ অধীনত এটা ৰুজু কৰিছে। 

ভুক্তভোগীয়ে জনোৱা মতে, কিছু মাহ পূৰ্বে তেওঁ বন্ধু এজনৰ সৈতে এজাহাৰ দাখিল কৰিবলৈ থানালৈ গৈছিল। কিন্তু আৰক্ষী বিষয়াসকলে তেওঁৰ অভিযোগ বিশ্বাস নকৰিলে। 

জানিব পৰা মতে, থানাত এজাহাৰ দাখিল কৰা কথা গম পোৱাৰ পিছৰে পৰা অভিযুক্ত পলাতক হৈ আছে ।  আৰক্ষীয়ে অভিযুক্তক বিচাৰি সন্ধান অব্যাহত ৰাখিছে।

Recent News

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

Seven labourers killed

মৰ্মান্তিক! শস্যৰে ভৰা বস্তাৰ চেঁপাত প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd