• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্য চৰকাৰৰ ওপৰত ১,৭২,১৭৪.৭৪ কোটি টকাৰ ঋণৰ বোজা! প্ৰতিজন অসমীয়াৰ ওপৰত গড়ে ৫২,১৬৪ টকাৰ ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2025 2:39 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিকাশে নতুন মাত্রা লাভ কৰা দাবী কৰা হিমন্ত বিশ্ব চৰকাৰ ধাৰ, ঋণৰ বোজাত পোত গৈছে। কাৰণ চলিত বৰ্ষৰ ৩১ মাৰ্চলৈ অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ বোজা হ’ল ১,৭২,১৭৪.৭৪ কোটি টকা। এই হিচাপত অসমৰ জনমূৰি ঋণ হ’ল ৫২,১৬৪ টকা।

বিত্ত মন্ত্রী অজন্তা নেওগে কালি বিধানসভাত দাখিল কৰা বাজেটৰ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে। ১,৭২,১৭৪.৭৪ কোটি ঋণৰ ভিতৰত ৰিজার্ভ বেংকৰ পৰা লোৱা ঋণ ১,১৩,৫৮২.৪১ কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা ঋণ ২০৪৮২.১৫ কোটি টকা, ভাৰতীয় জীৱন বীমা নিগম, ভাৰতীয় সাধাৰণ বীমা নিগম, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু নাবাৰ্ডৰ পৰা লোৱা ঋণ ১৩০২১.৮০ কোটি টকা, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা লোৱা ঋণ হ’ল ৩৪২৪.৮০ কোটি টকা। তদুপৰি চৰকাৰে বিভিন্ন শিতানৰ পৰা লোৱা সৰ্বমুঠ ধাৰ হ’ল ২১৬৬৩.৫৮ কোটি টকা। ইফালে, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অনুপাতে গ্ৰহণ কৰা ঋণৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ তলৰ স্থানত আছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বিত্ত মন্ত্রী নেওগে বাজেটত উল্লেখ কৰে।

Apply Now

মুখ্যমন্ত্ৰীৰ মতে, অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিপৰীতে ঋণৰ অনুপাতত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত আছে অসম। ২০২৩-২৪ বর্ষত জিএছডিপিৰ বিপৰীতে ঋণৰ অনুপাত হ’ল ২৪.৩ শতাংশ। অজন্তা নেওগে বাজেটত উল্লেখ কৰা অনুসৰি ঋণৰ পৰিমাণত পঞ্জাবৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ’ল ৪১.৪ শতাংশ, হিমাচল প্ৰদেশৰ ৪১.১ শতাংশ, পশ্চিমবংগৰ ৩৪.৫ শতাংশ, কেৰালাৰ ৩৪.২ শতাংশ, ৰাজস্থানৰ ৩২.৬ শতাংশ, অন্ধ্রপ্রদেশৰ ৩০.৯ শতাংশ, উত্তৰ প্ৰদেশৰ ২৮.০ শতাংশ, তামিলনাডুৰ ২৬.৬ শতাংশ আৰু মধ্যপ্ৰদেশৰ ২৫.৭ শতাংশ।

বিত্ত মন্ত্রী অজন্তা নেওগে বাজেটত উল্লেখ কৰা অনুসৰি, ২০২৩-২৪ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ’ল ৫,৭০,৯৪৪ কোটি টকা আৰু জনমূৰি আয় হ’ল ১,৩৯,৭৮৩ টকা। জনমূৰি আয় হিচাপত বছৰেকীয়া বৃদ্ধিৰ হাৰ হ’ল ১৭ শতাংশ। সেইদৰে ২০২৪-২৫ বৰ্ষত ৰাজ্যিক ঘৰুৱা উৎপাদন ৬,৪৩,৬৬৭ কোটি টকা, জনমূৰি আয় ১,৫৪,২২২ টকা। জনমূৰি আয়ৰ হিচাপত বছৰেকীয়া বৃদ্ধিৰ হাৰ ১০ শতাংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd