• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুধনৈত এম্বুলেন্স দেখি পলায়ন কোভিডত আক্ৰান্ত ১৮ গৰাকী পুৰুষ-মহিলাৰ, তাৰপিচত?

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 20, 2021 1:11 pm
dog

*

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুধনৈৰ এখন গাঁৱতে ১৮ জন কৈ পুৰুষ- মহিলাৰ দেহত ধৰা পৰিল ক’ৰোনা ৷ এক অন্তোষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিচতে গাঁৱখনত বৃদ্ধি পালে সংক্ৰমণ!

তাৰ মাজতে আন এক অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল গাঁৱখনত , ৰোগী সকলোক নিবলৈ এম্বুলেন্স অহাৰ পিচতে সেই ঠাইৰ পৰা দৌৰি পলায়ন কৰে ১৮ গৰাকী পজিটিভ ৰোগীয়ে ৷

Apply Now

লগে লগে অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। অৱশ্যে পিছত আৰক্ষীয়ে তৎপৰতাৰে কোভিড ৰোগীকেইগৰাকীক ধৰি আনিবলৈ সক্ষম হয়।

আৰক্ষীৰ তৎপৰতাত আটাইকেইগৰাকীকে ভৰ্তি কৰোৱা হ’ল চিকিৎসালয়ত ৷
যি সময়ত ক’ভিডৰ সংক্ৰমণ কিছু কমিবলৈ আৰম্ভ কৰিছে তেনে সময়তে দুধনৈৰ বাখ্ৰাপুল গাঁৱত একে সময়তে ১৮ জন কৈ পুৰুষ মহিলাৰ দেহত ধৰা পৰিল ক’ৰোনা ভাইৰাছ।
গাঁৱখনত ক’ৰোনাত আক্ৰান্ত হৈ এগৰাকী লোকৰ মৃত্যু হোৱাৰ পিচত অন্ত্যষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গাঁৱখনৰ বহু লোকে ৷ তাৰ পিচতে সমগ্ৰ গাঁৱখনতে ক’ভিডে লয় গণ সংক্ৰমণৰ ৰূপ।

স্বাস্থ্য বিভাগে গাঁৱখনত ৯৭ গৰাকী লোকৰ টেষ্ট কৰাই আৰু তাৰ ভিতৰত ১৮ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ৰোনা ৷

বাখ্ৰাপুল গাঁৱৰ ৰাজহুৱা স্থানত গাঁৱবাসীৰ ক’ৰোৱা হয় ক’ভিড টেষ্ট। তাৰ পিচতে পজিটিভ ৰোগী সকলোক কিছু নিলগত ৰখা হয যদিও এম্বুলেন্স অহাৰ লগে-লগে আটাইকেইগৰাকী পজিটিভ ৰোগীয়ে উক্ত স্থানৰ পৰা দৌৰি দৌৰি পলাই যায়, লগে-লগে হুৱাদুৱা লাগে অঞ্চলটোত ৷ শেষত আৰক্ষী আৰু গাঁৱবুঢ়াৰ সহযোগত পলায়ন কৰা ৰোগী সকলোক ওভতাই অনা হয় আৰু এম্বুলেন্সেৰে ধূপধৰাত থকা ক’ভিড চেণ্টাৰলৈ নিয়া হয় ৷

ইফালে এখন গাঁৱত এদিনতে ১৮ জন লোক আক্ৰান্ত হোৱাৰ বাতৰিয়ে সাধাৰণতে চিন্তিত কৰিছে দুধনৈবাসীক।

জানিব পৰা মতে, এই বাখ্ৰাপুল গাঁৱত কিছুদিন পূৰ্ৱে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছিল এজন লোকৰ ৷ মৃত্যু হোৱা লোকজনৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত গাঁৱখনৰ বহুলোকে ভিৰ কৰিছিল আৰু তাৰ পিচতে বহু লোকৰ দেহত ক’ৰোনা ভাইৰাছে থিতাপি লোৱাৰ আশংকা কৰি টেষ্ট কৰোৱা হয় আৰু তাৰ পিচতে ১৮ গৰাকীৰ দেহলৈ ক’ৰোনা সংক্ৰমণ হোৱাটো নিশ্চিত হয় স্বাস্থ্য বিভাগে।

দুধনৈৰ অকল বাখ্ৰপুলতে নহয় দুধনৈ চিকিৎসালয়তো ১২ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ এটা দিনত এখন ঠাইত ৩০ গৰাকী পজিটিভ হোৱাৰ ফলত আতংকিত হৈ পৰিছে দুধনৈবাসী ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd