• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯খনকৈ জিলাত নহয় বৰষুণ! বতৰ বিজ্ঞান বিভাগে দিলে আগলি-বতৰা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2025 2:30 pm
487
VIEWS
Share on FacebookShare on Twitter

এজাক আশাৰ বৰষুণৰ অপেক্ষাত প্ৰতিগৰাকী মহানাগৰিক। বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে গুৱাহাটীৰ আকাশ-বতাহ। মাৰ্চ মাহতে বৃদ্ধি পাইছে উত্তাপ। এইবাৰ বতৰ বিজ্ঞান বিভাগে দিলে আগজাননী।

লাভ কৰা তথ্য অনুসৰি কোকৰাঝাৰ জিলাত আজি বৰষুণ হোৱাৰ হোৱা সম্ভাৱনা নাই।

ৰাজ্যিক সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ অসমত প্ৰকাশিত বাতৰি অনুসৰি, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বাক্সা, বজালী, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাটত জিলাৰ আজি দুই এঠাইত আজি কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাচাও, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী জিলাৰ কিছু কিছু ঠাইত আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালামৰা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বাক্সা, বজালী, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও জিলাত সোমবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা নাই।

শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, লখিমপুৰ দুই এঠাইত কিছু পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, মাজুলী জিলাত কিছু কিছু ঠাইত সোমবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, ডিমা হাচাও, কাৰ্বি আংলং জিলাৰ সকলো স্থানতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd