• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হাৰিয়ানাত বিষাক্ত মদ সেৱন কৰি ১৯ জনৰ মৃত্যু, কংগ্ৰেছ নেতাৰ পুত্ৰকে ধৰি ৭ জন আটক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 11, 2023 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ আম্বালা জিলাৰ লগতে ইয়াৰ আশে-পাশে থকা কেইবাটাও অঞ্চলত বিষাক্ত মদ সেৱন কৰি ১৯ জন লোকৰ মৃত্যু হয়। 

এই ঘটনাক লৈ এতিয়া গাঁওবাসীৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিবাদ। ক্ষুব্ধ গাঁওবাসীয়ে সুৰা বিক্ৰেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই কেলেংকাৰীত স্থানীয় কংগ্ৰেছ নেতা আৰু জননায়ক জনতা পাৰ্টিৰ নেতাৰ পুত্ৰকে ধৰি মুঠ ৭ জন লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Apply Now

বিগত কিছুদিনত হাৰিয়ানাৰ যমুনানগৰ জিলাৰ মাণ্ডেবাৰী, পাঞ্জেটো কা মাজৰা, ফুছগড়, সাৰণ অঞ্চলৰ গাঁৱে-ভূঞে আৰু আম্বালা জিলাৰ বিভিন্ন গাঁৱত একাধিক লোকৰ মৃত্যু ঘটিছে। 

ইফালে অশুভ আত্মাৰ প্ৰভাৱত এইসকল লোকৰ মৃত্যু হোৱা বুলিহে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। 

অবৈধ মদ ভাঙ বিক্ৰীৰ অভিযোগত আৰক্ষীয়ে এই পৰ্যন্ত মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। লগতে গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত এজন স্থানীয় কংগ্ৰেছ নেতাৰ পুত্ৰও আছে বুলিও খবৰ আহিছে।

এই ঘটনাক লৈ ইতিমধ্যে বিৰোধী দলসমূহে ৰাজ্যখনৰ মনোহৰ লাল খট্টৰ চৰকাৰক আক্ৰমণ কৰিছে। বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে ৰাজ্যৰ বিজেপি চৰকাৰে বিগত সময়ত এনেধৰণৰ ঘটনাৰ পৰা কোনো শিক্ষা লোৱা নাই। 

মদ্যপান কৰি মৃত্যু হোৱা ৭০ বছৰীয়া এজন ব্যক্তিৰ পুত্ৰ ৰণবীৰে কয় যে, যোৱা নিশা মোৰ দেউতাৰ মদ্যপানৰ ফলত মৃত্যু হৈছিল। মদৰ প্ৰতি তেওঁৰ প্ৰবল আসক্তি আছিল যদিও মদ্যপানৰ পৰিমাণ অতি কম আছিল। সেইদিনা দেউতাই যিসকলৰ লগত মদ খাইছিল, তেওঁলোকেও প্ৰাণ হেৰুৱাইছে।” 

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এতিয়ালৈকে প্ৰাণ হেৰুৱাই পেলোৱা ১৯ জন লোকৰ ভিতৰত ২ জন উত্তৰ প্ৰদেশৰ প্ৰব্ৰজিত শ্ৰমিক। বৃহস্পতিবাৰে আম্বালা জিলাত তেওঁলোকৰ মৃত্যু হয়।

আৰক্ষীৰ মতে, যমুনানগৰ আৰু আম্বালা জিলাৰ বিভিন্ন স্থানীয় সুৰা ঘাটিত আৰক্ষীয়ে অভিযান চলাইছে। স্থানীয় আৰক্ষীয়ে যমুনানগৰৰ এটা পৰিত্যক্ত কাৰখানাৰ পৰা মুঠ ২০০ বাকচ ভেজাল দেশীয় সুৰা উদ্ধাৰ কৰে। অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে যমুনগৰ আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (SIT)ও গঠন কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd