• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামৰূপ, শৰাইঘাট এক্সপ্ৰেছকে ধৰি ১৯খন ৰে’ল বাতিল; চাওক তালিকাখন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 9:15 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাঞ্চনজংঘা এক্সপ্ৰেছত মালগাড়ীৰ খুন্দা মৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। যুদ্ধকালীন অভিযানেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাম অব্যাহত আছে। অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত লাইনটো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ যে কিছু সময় লাগিব তাত কোনো সন্দেহ নাই। তাৰ বাবেই সোমবাৰে ১৯খন ৰে’ল বাতিল কৰা হৈছে। কেইবাখনো ৰে’ল ডাইভাৰ্টো কৰা হৈছে। এই তালিকা প্ৰকাশ কৰিছে ৰে’লৱেই।

বাতিল কৰা ৰে’লসমূহ:

১৯৬০২ নতুন জলপাইগুৰি-উদয়পুৰ চিটি উইকলি এক্সপ্ৰেছ

২০৫০৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

Apply Now

১২৪২৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি বিশেষ ৰে’ল

১২৩৭৭ শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদাতিক এক্সপ্ৰেছ

০৬১০৫ নাগেৰকল জং-ডিব্ৰুগড় বিশেষ ৰে’ল

২০৫০৬ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

১২৪২৪ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

২২৩০১ হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত

১২৩৪৬ গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ

১২৫০৫ কামাখ্যা-আনন্দবিহাৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ

১২৫১০ গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ

২২৩০২ নতুন জলপাইগুৰি-হাওৰা বন্দে ভাৰত

১৫৬২০ কামাখ্যা-গয়া এক্সপ্ৰেছ

১৫৯৬২ ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ

১৫৬৩৬ গুৱাহাটী-ওখা এক্সপ্ৰেছ

১৫৯৩০ নিউ তিনিচুকীয়া-তাম্বাৰম এক্সপ্ৰেছ

১৩১৪৮ বামনহাট-শিয়ালদহ নৰ্থ বেংগল এক্সপ্ৰেছ

২২৫০৪ ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্ৰেছ

গতিপথ সলনি কৰা ৰে’লসমূহ:

১২৩৭৭ শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদাতিক এক্সপ্ৰেছ

০৬১০৫ নগেৰকোলি-ডিব্ৰুগড় বিশেষ ৰে’ল

২০৫০৬ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

১২৪২৪ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ

২২৩০১ হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছক আলুৱাবাৰী ৰেল জংচন-বাগডোগ্ৰা-চিলিগুৰি-নতুন জলপাইগুৰি লাইনলৈ ডাইভাৰ্ট কৰা হ’ব।

১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটি এক্সপ্ৰেছ

২০৫০৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

১২৪২৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ

০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি হাবিবগঞ্জ স্পেচিয়েল নিউ জলপাইগুৰি-শিলিগুৰি-বাগডোগ্ৰা-আলুৱাবাৰী ৰেল জংচন লাইনলৈ ডাইভাৰ্ট কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd