• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাই আৰক্ষীত ক’ৰ’নাৰ সংহাৰ; এই পৰ্যন্ত ১৯০৮ গৰাকী কৰ্মী আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2020 2:46 pm

1 min read

ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু
16.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত তীব্ৰ হাৰত বৃদ্ধি পাই আছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

দেশৰ ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। ক’ৰ’নাত আক্ৰান্ত হোৱা আৰক্ষী লোকৰ ক্ষেত্ৰতো শীৰ্ষত আছে মহাৰাষ্ট্ৰ।

ৰাজ্যখনত এই পৰ্যন্ত ১৯০৮ গৰাকী আৰক্ষী কৰ্মী এই মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হৈছে। ইয়াৰে ৯০৫ গৰাকী আৰক্ষী কৰ্মী সুস্থ হৈ উঠিছে আৰু ২১ গৰাকী কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে।

ইয়াৰ উপৰি ক’ৰ’নাত আক্ৰান্ত হৈছে ষ্টেট ৰিজাৰ্ভ পুলিচ ফ’ৰ্চৰ ৮২ গৰাকী কৰ্মী।

উল্লেখ্য যে ক’ৰ’না আক্ৰান্তৰ দিশৰ পৰা মহাৰাষ্ট্ৰই চেৰ পেলালে ভাইৰাছবিধৰ উৎপত্তি স্থল চীনক। ৰাজ্যখনত এই পৰ্যন্ত ৮৮,৫৮৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩১৬৯ গৰাকী লোকৰ।

মহাৰাষ্ট্ৰৰ বাবে ভাল খবৰ এইটোৱেই যে ৪০,৯৭৫ গৰাকী লোক ক’ৰ’নাৰ পৰা মুক্ত হৈছে।

ইফালে দেশজুৰি ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২,৭৬,৫৮৩ লৈ বৃদ্ধি পালে। ইয়াৰে ৭৭৪৫ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ১,৩৫,২০৬ গৰাকী লোক সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।

Tags: COVID-19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd