• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি : ভাৰতীয় নাগৰিকৰ তালিকাত নাম নাই জন প্ৰতিনিধিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী/শিলচৰ , August 31, 2019 2:10 pm

1 min read

Two-time-MLA-Ataur-Rehman-Mazarbhuiya-at-his-residence-on-Saturday-1-1140x570

কাটিগড়া সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাঝাৰভূঞা শনিবাৰে নিজা বাসগৃহত।

893
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অসমত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকৰ চূড়ান্ত তালিকা।

প্ৰকাশ পোৱা এন আৰ চিৰ ভাৰতীয় নাগৰিকৰ তালিকাত নাম নুঠিল জন প্ৰতিনিধি তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নাম।

স্বাভাৱিকতে এতিয়া তেওঁলোকক ‘বিদেশী’ হিচাপে বিবেচনা কৰা হ’ব পাৰে।

কেইজনমান ৰাজনৈতিক নেতা, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে শনিবাৰে পুৱাৰ ভাগত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হয়।

অল ইণ্ডিয়া ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইয়ুডিএফ)ৰ দক্ষিণ অভয়াপুৰীৰ বিধায়ক অনন্ত কুমাৰ মালো আৰু তেওঁৰ পুত্ৰৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে।

দলগাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ইলিয়াছ আলীৰ কন্যাৰ নামো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে।

আনহাতে, কাটিগড়া সমষ্টিৰ প্ৰাক্তন এআইয়ুডিএফৰ বিধায়ক আতাউৰ ৰহমান মাঝাৰভূঞাৰ নামো চূড়ান্ত তালিকাত নাই।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd