DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত আটক দুই বাংলাদেশী নাগৰিক

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 17, 2021 11:06 am
Dhubri
150
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা অসম আৰক্ষীৰ এটা দলে ধুবুৰীৰ পৰা ২ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে।

প্ৰতিবেদন অনুসৰি, ধুবুৰী আৰক্ষী চকীৰ অন্তৰ্গত আইৰনজৌঙলা অঞ্চলত উপ-আৰক্ষী বিষয়া ত্ৰিলোচন দাসৰ নেতৃত্বত এটি আৰক্ষী দলে বাংলাদেশী অনুপ্ৰৱেশকাৰীকেইজনক আটক কৰে।

আটকাধীন অনুপ্ৰৱেশকাৰীকেইজনক বাংলাদেশৰ কুৰীগ্ৰামৰ মকবুল শ্বেখ(৪৮) আৰু তেওঁৰ পুত্ৰ বসীৰ শ্বেখ(১৮) বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত তেওঁলোক কিছুদিন ভাৰত আৰু নেপালৰ কিছু এলেকাত ইটা ভাটাৰ বনুৱা হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে,মকবুল শ্বেখ নামৰ ব্যক্তিজনে ধুবুৰীৰ এগৰাকী মহিলাক বিয়া কৰাইছে আৰু যোৱা প্ৰায় ২০ বছৰ ধৰি ভাৰতত বাস কৰি আহিছে। কালি তেওঁ নিজ পত্নীক সাক্ষাৎ কৰিবলৈ আহোঁতে আৰক্ষীয়ে আটক কৰে।

তদুপৰি বিদেশী নাগৰিকক আশ্ৰয় দিয়াৰ অভিযোগত আৰক্ষীয়ে ছিদ্দিকী শ্বেখ আৰু অছদুল নামৰ দুজন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে।

Recent News

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

ED grills Sanjay Raut: ১০ ঘণ্টা ধৰি ইডিৰ জেৰাৰ সন্মুখীন হ’ল শিৱসেনাৰ নেতা সঞ্জয় ৰাউট

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

IND vs ENG: পন্টৰ বিস্ফোৰক শতক, জাদেজাৰ অপ্ৰতিৰোধ্য বেটিঙেৰে এজবাষ্টনত ইংলেণ্ডক উভতি ধৰিলে ভাৰতে

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd