• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউপিএছচি পৰীক্ষাত একে ৰোল নম্বৰৰ দুগৰাকী প্ৰাৰ্থী: ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 7:16 pm
843
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ প্ৰকাশ পোৱা ২০২৫ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফলক লৈ সমগ্ৰ দেশতে এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে। ফলাফল ঘোষণাৰ পিছত দেখা গ’ল যে একে নামৰ আৰু একে ৰোল নম্বৰৰ দুগৰাকী প্ৰাৰ্থীয়ে একেলগে ৩০১ নং ৰেংক লাভ কৰা বুলি দাবী কৰিছে। এই ঘটনাই সামাজিক মাধ্যমত এক ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে আৰু প্ৰাৰ্থী দুগৰাকীৰ প্ৰমাণ পত্ৰক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, বিহাৰৰ এগৰাকী আকাংক্ষা সিঙে নিজকে ৩০১ নং ৰেংক পোৱা প্ৰাৰ্থী বুলি দাবী কৰিছিল। আনহাতে, দিল্লীত থকা আৰু মূলতঃ উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এগৰাকী চিকিৎসক আকাংক্ষা সিঙেও একেটা ৰেংক নিজৰ বুলি ঘোষণা কৰে। বিভ্ৰান্তিৰ মূল কাৰণটো তেতিয়াই পোহৰলৈ আহে যেতিয়া দুয়োগৰাকী প্ৰাৰ্থীৰ ওচৰত একেটা ৰোল নম্বৰ ০৮৫৬৭৯৪ থকা এডমিট কাৰ্ড থকা বুলি জানিব পৰা যায়।

Apply Now

এই বিতৰ্কৰ মাজত দিল্লীৰ পৰা অহা চিকিৎসক আকাংক্ষা সিঙে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰে। তেওঁ উল্লেখ কৰে যে তেওঁ এইমছ পাটনাৰ পৰা স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। নিজৰ এডমিট কাৰ্ডৰ বাৰক’ড আৰু ৰোল নম্বৰৰ মিল থকাটো তেওঁৰ পক্ষত থকা আটাইতকৈ ডাঙৰ প্ৰমাণ বুলি তেওঁ ব্যক্ত কৰে। তেওঁ আশা প্ৰকাশ কৰিছে যে বাৰক’ড পৰীক্ষা কৰিলে সকলো স্পষ্ট হৈ পৰিব।

ইপিনে, বিহাৰৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰদৰ্শন কৰা এডমিট কাৰ্ডত ৰোল নম্বৰটো মিলিছে যদিও বাৰক’ডত অন্য এটা নম্বৰ অৰ্থাৎ ০৮৫৬৫৬৯ থকা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিত প্ৰকৃততে কোনগৰাকী প্ৰাৰ্থীয়ে এই স্থান লাভ কৰিলে আৰু কেনেকৈ একে নাম আৰু ৰোল নম্বৰৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত এনে বিভ্ৰান্তি ঘটিল, সেয়া এতিয়া তদন্তৰ বিষয় হৈ পৰিছে। এই ঘটনাক লৈ ইউপিএছচি কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিছে সাধাৰণ ৰাইজে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd