DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বজ্ৰপাতত চাৰিবছৰীয়া শিশুসহ দুজন নিহত, ১২ জন আহত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 24, 2019 9:22 pm
বজ্ৰপাতত

প্ৰতিনিধিত্বমূলক ফটো

756
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ পৃথক পৃথক স্থানত বিগত ২৪ ঘণ্টাত বজ্ৰপাত পৰাৰ ফলত এটি চাৰিবছৰীয়া শিশুসহ দুজন নিহত হোৱাৰ লগতে ১২ জন গুৰুতৰভাৱে আহত হয়।

বজ্ৰপাতত নিহত চাৰিবছৰীয়া শিশুটিক স্বামা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। ঘটনাটো সংঘটিত হয় জিলাখনৰ পাতগাঁও আৰক্ষী চকীৰ অধীনৰ হেলেংবজাৰ কাচপুৰ অঞ্চলত।

নিহত আনজনক জিলাখনৰ বিছমুৰী ভূমিকা গাঁৱৰ ধন কুমাৰী ঘেলে(৩৮) বুলি চিনাক্ত কৰা হৈছে। প্ৰথম অৱস্থাত বজ্ৰপাতত গুৰুতৰভাৱে আহত মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়া হয়। অৱশ্যে দুৰ্ভাগ্যবশত চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে।

আনহাতে জিলাখনৰ বিভিন্ন ঠাইত হোৱা বজ্ৰপাতৰ ফলত ১২ জন লোক গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত সকলোকে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

গুৰুতৰভাৱে আহতকেইজনক ক্ৰমে সৰন কিস্কু (২৫), সনাতন হাসদা (২৪), নীলা হাসদা (১৭), চৰন টুডু (১৩), সজেন মুছাহাৰী(৪০), দিদম মুছাহাৰী (১৫), অফশ্বৰ আলী শেইখ (২৬), ৰবিকা বিবি (১৯), আকলেমা বিবি (২৪), অনঠাও ব্ৰহ্ম(১২), ধনমানিক ব্ৰহ্ম (১৩) আৰু বুহা খাকলাৰ (৬৯) বুলি চিনাক্ত কৰা হৈছে।

Recent News

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd