• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বেগুচৰাইৰ ৰাজপথত দুই বন্দুকধাৰীৰ সন্ত্ৰাস: নিৰ্বিচাৰ গুলীচালনাত নিহত এগৰাকী, ১১ গৰাকী আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2022 10:39 am
open fire in Begusarai
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ বেগুচৰাইত কালি সন্ধ্যা দুই বন্দুকধাৰী বাইক আৰোহীয়ে সৃষ্টি কৰে সন্ত্ৰাসৰ। জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ২৮ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পৃথকে পৃথকে কৰা নিৰ্বিচাৰ গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে ১১ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

প্ৰকাশিত খবৰ অনুসৰি সন্ধিয়া প্ৰায় ৫ বজাত বন্দুকধাৰী ব্যক্তি দুগৰাকীয়ে মটৰচাইকেলত উঠি বেগুচৰাইৰ মালহিপুৰ চকত প্ৰৱেশ কৰে আৰু ব্যস্ততাপূৰ্ণ এলেকাটোত অতৰ্কিতে গুলীবৰ্ষণ কৰে।

Apply Now

এই অতৰ্কিত আক্ৰমণত চাঞ্চল্যৰ সৃষ্টি হয় সেই স্থানত সমবেত হোৱা জনসাধাৰণৰ মাজত। এই গুলীচালনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

ইয়াৰ পিছতে তেঘৰা উপ-সংমণ্ডল অঞ্চলত গুলীচালনা কৰে আততায়ী দুগৰাকীয়ে। এই আক্ৰমণত চন্দন কুমাৰ নামৰ এজন যুৱক নিহত হোৱাৰ বিপৰীতে আঠগৰাকী আহত হয়।

এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে সমগ্ৰ জিলাখনতে আৰক্ষীয়ে চেকপইণ্ট স্থাপন কৰে আৰু দুৰ্বৃত্ত দুগৰাকীক আটক কৰাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰে।

বেগুচৰাইৰ আৰক্ষী অধীক্ষক যোগেন্দ্ৰ কুমাৰে জানিবলৈ দিয়া মতে চিচিটিভি কেমেৰাত গুলীচালনাৰ ঘটনা বন্দী হৈছে আৰু ইয়াৰ আধাৰতে আততায়ী দুগৰাকীৰ সন্ধান চলাই থকা হৈছে।

গুলীবৰ্ষণত আহত আটাইকেইগৰাকী ব্যক্তিকে তাৎক্ষণিকভাৱে স্থানীয় ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু বৰ্তমান আটাইকেইগৰাকী চিকিৎসাধীন হৈ আছে বুলি তেওঁ লগতে উল্লেখ কৰে।

ইফালে এই ঘটনাৰ পাছতে ৰাজ্যখনত ৰাজনৈতিক বাক-বিতণ্ডাৰ সূত্ৰপাত হয়। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰে এই ঘটনাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰি বিহাৰৰ ইতিহাসত এয়াই এনেধৰণৰ প্ৰথম ঘটনা বুলি মন্তব্য কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বেগুচৰাইৰ সাংসদ গিৰিৰাজ সিঙে বিহাৰত কোনো চৰকাৰ নাই আৰু অপৰাধীৰ মাজত আইনৰ কোনো ভয় নাই বুলি বিহাৰ চৰকাৰক আক্ৰমণ কৰিছে।

অপৰাধীয়ে নিৰ্ভয়ে কেইবাজনো লোকৰ ওপৰত গুলী চালনা কৰি চাৰিটাকৈ আৰক্ষী থানা অঞ্চলত ৩০ কিলোমিটাৰ ভ্ৰমণ কৰাৰ পিছতো আৰক্ষীয়ে ধৰিব পৰা নাই বুলি ভৰ্ৎসনা কৰি সিঙে ঘটনাসন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিবৃতি প্ৰকাশ কৰা উচিত বুলি জবাবদিহি কৰিছে।

আনহাতে চৰকাৰৰ অন্যতম সহযোগী দল তেজস্বী যাদৱ নেতৃত্বাধীন আৰজেডি- এ এই ঘটনাক চৰকাৰৰ ভাৱমূৰ্তি কলুষিত কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰ কৰি এই ঘটনাৰ ৰূপ দিয়া হৈছে বুলি অভিযোগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd